ETV Bharat / state

৬ টাকৈ ভাষাত ১০১ টা ন-পুৰণি গীতৰ সংকলনেৰে বিতুল বৰুৱাৰ ব্যতিক্ৰমী প্ৰচেষ্টা

author img

By

Published : Oct 9, 2020, 10:31 PM IST

কোনো বিশেষ কাৰিকৰী কৌশল হাতত নোলোৱাকৈয়ে কেৱল মাত্ৰ এনড্ৰইড ফোনৰ জৰিয়তে অসমীয়া ,হিন্দী , ইংৰাজী,বেংগলী ,তেলুগুকে ধৰি ৬ টাকৈ ভাষাত ১০১ টা ন পুৰণি গীতৰ সংকলন শুকুৰবাৰে মুকলি কৰে ৷ যোৰহাট প্ৰেছ ক্লাবত মুকলি কৰা হয় এই সংকলনটো ।

৬ টাকৈ ভাষাত ১০১ টা ন পুৰণি গীতৰ সংকলনেৰে বিতুল বৰুৱাৰ ব্যতিক্ৰমী প্ৰচেষ্টা

যোৰহাট,9 অক্টোবৰ : যোৰহাটৰ এজন বিশেষ প্ৰতিভাবান ব্যক্তি, সংগীত শিল্পীৰ লগতে তেওঁ এজন খুব সুন্দৰ বাদ্যযন্ত্ৰী তেওঁ। নাম বিতুল বৰুৱা।

কৰ'না অতিমাৰীৰ মাজতেই বিতুল বৰুৱাই হাতত ল'লে এক ব্যতিক্ৰমী পদক্ষেপ ৷ কোনো বিশেষ কাৰিকৰী কৌশল হাতত নোলোৱাকৈয়ে কেৱল মাত্ৰ এনড্ৰইড ফোনৰ জৰিয়তে অসমীয়া ,হিন্দী , ইংৰাজী,বেংগলী ,তেলুগুকে ধৰি ৬ টাকৈ ভাষাত ১০১ টা ন পুৰণি গীতৰ সংকলন শুকুৰবাৰে মুকলি কৰে ৷ যোৰহাট প্ৰেছ ক্লাবত মুকলি কৰা হয় এই সংকলনটো ।

উল্লেখযোগ্য যে গীত সমুহত বিতুল বৰুৱাই নিজেই কণ্ঠদান কৰাৰ উপৰিও অভিনয়ও কৰিছে ৷ উল্লেখনীয়ভাৱে, জন মানসৰ পৰা হেৰাই যাবলৈ ধৰা গীতসমূহক ধৰি ৰাখিবলৈ বিতুল বৰুৱাৰ এই প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে ৷

লগতে পঢ়ক:ৰাজৌৰিৰ মৃত যুৱকৰ পৰিয়ালক সাক্ষাৎ গৱৰ্ণৰ মনোজ সিন্হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.