ETV Bharat / state

অসমৰ প্ৰথমগৰাকী চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি

শনিবাৰে পুৱা 10.50 বজাত মূদৈজানস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদে ৷ 1939 চনত জন্মগ্ৰহণ কৰা কেৰিমতদ্দিন আহমেদে মৃত্যুৰ সময়ত দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যায় ৷

Assam first cyclist Kerimataddin Ahmed's death
অসমৰ প্ৰথমগৰাকী চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি
author img

By

Published : Jan 18, 2020, 4:47 PM IST

টীয়ক,18 জানুৱাৰীঃ অসমৰ প্ৰথমগৰাকী চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি ৷ শনিবাৰে পুৱা 10.50 বজাত মূদৈজানস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চাইকেলিষ্ট গৰাকীয়ে ৷ 1939 চনত জন্মগ্ৰহণ কৰা কেৰিমতদ্দিন আহমেদে মৃত্যুৰ সময়ত দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যায় ৷

চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি

উল্লেখ্য যে,পোন প্ৰথমবাৰৰ বাবে কেৰিমতদ্দিন আহমেদে 1962 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ টীয়ক হাইস্কুল খেলপথাৰত একেৰাহে 75 ঘন্টা চাইকেল চলাই অভিলেখ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তী সময়ত তেখেতে 1963 চনৰ 4 মাৰ্চৰ পৰা 7 মাৰ্চলৈ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত একেৰাহে 80 কিল’মিটাৰ আৰু লখিমপুৰত 1966 চনৰ 27 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে একেৰাহে 111 ঘন্টা চাইকেল চলাই অভিলেখ সৃষ্টি কৰিছিল ৷

প্ৰতিভাৱান খেলুৱৈগৰাকী কেৱল চাইক্লিঙতেই নহয় বিভিন্ন ধৰণৰ সামাজিক কামকাজৰ লগতো জড়িত আছিল ৷ বৰ্ষীয়ান খেলুৱৈগৰাকীৰ মৃত্যত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক-২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

Intro:Body:অসমৰ প্ৰথম চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক
TEOK : অসমৰ প্ৰথমজন চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদ আজি পুৱা ১০-৫০ বজাত মুদৈজানস্থিতি নিজা বাসগৃহত প্ৰলোকপ্ৰাপ্তি ঘটে। ১৯৩৯ চনৰ জুলাইত জন্মগ্ৰহণ কৰা কেৰিমতদ্দিন আহমেদৰ মৃত্যুৰ সময়ত দুজন পুত্র আৰু দুগৰাকী জীয়াৰী ইহ সংহাৰত এৰি থৈ যায়। উল্লেখযোগ্য যে কেৰিমতদ্দিন আহমেদ একেৰাহে এগৰাকী ক্ৰিয়াবিদ, সমাজসেৱক, ব্যৱসায়ী হিচাপে সমগ্ৰ অঞ্চলটোত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পুনঃপ্ৰথম বাৰৰ বাবে তেওঁ ১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ টীয়ক হাই স্কুলৰ খেলপথাৰত একেৰাহে ৭৫ ঘণ্টা চাইকেল চলাই অভিলেখ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৬৩ চনৰ ৪ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত একেৰাহে ৮০ কিলোমিটাৰ আৰু লখিমপুৰত একেৰাহে ১৯৬৬ চনৰ ২৭ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে ১১১ ঘণ্টা চাইকেল চলাই অভিলেখ সৃষ্টি কৰিছিল। প্ৰতিভাসম্পন্ন খেলুৱৈ গৰাকীয়ে কেৱল চাইকেইক্লিতে নহয় সকলো প্ৰকাৰৰ খেলতে পাৰদৰ্শিতাৰে তেওঁৰ প্ৰতিভা বিশ্লেষণ কৰিবলৈ সক্ষম হৈছিল। উদিয়মান বৰ্ষীয়ান খেলুৱৈ তথা সমাজসেৱক গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৰ্ষীয়ান খেলুৱৈগৰাকীৰ জানাজা অহা কালিলৈ দিনৰ ১০ বজাত সম্পন্ন হব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.