ETV Bharat / state

জাঁজীমুখৰ ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা !

চিকিৎসালয়খনত নিদিষ্ট সময়ত চিকিৎসকে ধৰি অনন্য বিষয়া কৰ্মচাৰী সকল উপস্থিত নথকাৰ অভিযোগ ৷

জাঁজীমুখৰ ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা !
author img

By

Published : May 30, 2019, 12:16 PM IST

টীয়ক , 30 মে': যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখৰ ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা । চিকিৎসালয়খনত নিদিষ্ট সময়ত চিকিৎসকে ধৰি আন আন বিষয়া কৰ্মচাৰী সকল উপস্থিত নথকাৰ অভিযোগ ৷

জাঁজীমুখৰ ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা !

যাৰ ফলত দূৰ দূৰণিৰ পৰা বাটকুৰি বাই অহা ৰোগী সকলে দূৰ্ভোগ ভুগিব লগীয়া হয় ৷ এই চিকিৎসালয়খন বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ ৰোগীসকলৰ একমাত্ৰ ভৰসা ৷ অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসমৰ বিভিন্ন অঞ্চলত চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি বাহঃ বাহঃ লোৱাৰ সময়তে জাঁজীমুখৰ দৰে এনেকুৱা অঞ্চলত থকা চিকিৎসালয় বোৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই ধৰিছে ৷ বিগত সময়তো এই চিকিৎসালয়খনত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ বাতৰি বহুবাৰ সংবাদমাধ্যম আৰু চ'ছিয়েল মিডিয়াত প্ৰচাৰ হৈছিল ৷ ইপিনে এই সন্দৰ্ভত স্থানীয় সচেতন ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পাচতো, কাৰ ছত্ৰছায়াত আচলতে এনেকৈ অৰাজকতাৰ মাজত চিকিৎসালয়খন চলি আছে তাক লৈ এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে৷

Intro:Body:বানেগৰকা জাঁজীমুখৰ চিকিৎসালয়ত সময়মতে নাহে চিকিৎসক,ফাৰ্মাচিষ্ট ,কৰ্মচাৰী
TEOK:যোৰহাট জিলাৰ টীয়কৰ বানেগৰকা জাঁজীমুখৰ ৰাজ্যিক চিকিৎসালয়ত অৰাজকতা ।নিদিষ্ট সময়ত উপস্থিত নাথাকে চিকিৎসকে ধৰি অনান্য বিষয়া কৰ্মচাৰী সকল ।ফলত দূৰ্ভোগ ভোগিব লগা হয় দূৰ দূৰণিৰ পৰা বাটকুৰি বাই অহা ৰোগীৰ সকলে।বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ ৰোগীসকলৰ একমাত্ৰ ভৰসা এইখন চিকিৎসালয়।অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসমৰ বিভিন্ন অঞ্চলত হস্পিতাল তথা মেডিকেল কলেজ স্হাপন কৰি বাহ বাহ লোৱাৰ সময়তে জাঁজীমুখৰ দৰে এনেকুৱা অঞ্চলত থকা চিকিৎসালয়বোৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে।বিগত সময়তো এই চিকিৎসালয়খনত এনেকুৱা ঘটনা সংঘটিত হোৱাৰ বাতৰি বহুবাৰ সংবাদমাধ্যম ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ লগতে স্হানীয় সচেতন ৰাইজে অভিযোগ দিয়াৰ পাছতো কাৰ চত্ৰছায়াত আচলতে এনেকৈ অৰাজকতাৰ মাজত চিকিৎসালয়খন চলি আছে তাক লৈ এতিয়া বৃহৎ প্ৰশ্ন উঠিছে সচেতন মহলত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.