ETV Bharat / state

বিধ্বস্ত পথ মেৰামতিৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ - হোজাইৰ ৰাজপথত প্ৰতিবাদ

ঠিকাদাৰে নানা অজুহাত দেখুৱাই পথটো মেৰামতি নকৰাত AIUDF দলৰ ভাতৃ সংগঠন UDSF য়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদ

হোজাইৰ ৰাজপথত UDSF, মৰাণত পথ মেৰামতি বন্ধ স্থানীয়ৰ
author img

By

Published : Nov 1, 2019, 9:38 PM IST

হোজাই, 1 নৱেম্বৰঃ হোজাই মোৰাঝাৰত পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ । মুখ্যমন্ত্ৰী, গড়কপ্তানী মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ কপালে ছাত্ৰ সমাজে ৷ মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ । ঠিকাদাৰে নানা অজুহাত দেখুৱাই পথটো মেৰামতি নকৰাত AIUDF দলৰ ভাতৃ সংগঠন UDSF য়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদ । ২৪ ঘন্টাৰ ভিতৰতেই পথ মেৰামতিৰ কাম আৰম্ভ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকৰীসকলে ।

হোজাইৰ ৰাজপথত UDSF

আনহাতে, ডিব্ৰুগড়ৰ মৰাণ খোৱাঙৰ হালধীবাৰীত এটা গড়কাপ্তানি পথ মেৰামতিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে ৰাইজে । যাৰ বাবে ক্ষোভিত ৰাইজে বন্ধ কৰি দিলে পথ মেৰামতিৰ কাম ৷ মৰিয়া আলিৰ পৰা দীঘলীয়া হোলা ব্লকলৈ পথটোৰ মেৰামতিত মাটি মিহলি শিল ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে । ১’১৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো মেৰামতিৰ বাবে মুঠ পুঁ‌জি আবণ্টন আছিল ৮৯’৭৭,৬৫৯’৩৭ টকা । ৰাষ্ট্ৰীয় গ্ৰাম্য পথ উন্নয়ণ মন্ত্ৰালয় ( ভাৰত চৰকাৰ) ৰে পুঁজি যোগান ধৰা পথটো মেৰামতিৰ দায়িত্ব লৈছে এচ, ই, কনশ্বটিয়ম নামৰ ঠিকাদাৰজনে । কিন্তু নিৰ্মাণৰত অৱস্থাত থকা পথটোত শেহতীয়াকৈ ঠিকাদাৰে মাটি মিহলি শিল ব্যৱহাৰ কৰি কাম অতি নিম্ন মানদণ্ডৰ কাম কৰা বুলি ক্ষোভিত হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে অঞ্চলটোৰ প্ৰায় শতাধিক পুৰুষ-মহিলা ওলাই আহি পথটোৰ কাম বন্ধ কৰি দিয়াৰ উপৰিও শিল ভৰ্তি ডাম্পাৰ ঘূৰাই পঠিয়াই ৷

মৰাণত পথ মেৰামতি বন্ধ স্থানীয়ৰ

Intro:পথ মেৰামতিৰ দাবীত হোজাইৰ মোৰাঝাৰত উত্তাল প্ৰতিবাদ৷Body:পথ মেৰামতিৰ দাবীত হোজাইৰ মোৰাঝাৰত উত্তাল প্ৰতিবাদ৷

হোজাই মোৰাঝাৰত পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰী, আৰু গড়কপ্তানী মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ কপালে ছাত্ৰ সমাজে

মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ। ঠিকাদাৰে নানা অজুহাত দেখুৱাই পথটো মেৰামতি নকৰাত AIUDF দলৰ ভাতৃ সংগঠন UDSFয়ে-সাব্যস্ত কৰিলে এই প্ৰতিবাদ। ২৪ ঘন্টাৰ ভিতৰতেই মেৰামতিৰ কাম আৰম্ভ নকৰিলে ইয়াতকৈ ভয়াবহ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকৰীয়ে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.