হোজাই, 17 ডিচেম্বৰ : আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ হোজাই জিলাৰ এটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 15 টা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷
![হোজাই জিলাত আৰম্ভ ভোটগ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-27dec-election-photo-10015_17122020102127_1712f_1608180687_751.jpg)
পুৱা 7.30 বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ 27 নং কাকী (মুক্ত) সমষ্টিৰ নিৰ্বাচনত দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰসকলে ৷
![তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-27dec-election-photo-10015_17122020102127_1712f_1608180687_717.jpg)
লগতে পঢ়ক : আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ