ETV Bharat / state

আজমলে সমগ্ৰ অসমৰ মানৱ সমাজক নষ্ট কৰি আছে: সত্যৰঞ্জন বৰা

author img

By

Published : Feb 2, 2021, 12:40 PM IST

হোজাই জিলা প্ৰসাসনে বদৰুদ্দিন আজমলৰ হাম হাস্পতালৰ গেটত উচ্ছেদ অভিযান চলোৱাক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে বদৰুদ্দিন আজমল কোনো ধৰ্ম গুৰু নহয় বুলি বিতৰ্কিত মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই ৷

আজমলে সমগ্ৰ অসমৰ মানৱ সমাজক নষ্ট কৰি আছে: সত্যৰঞ্জন বৰা
আজমলে সমগ্ৰ অসমৰ মানৱ সমাজক নষ্ট কৰি আছে: সত্যৰঞ্জন বৰা

হোজাই, 2 ফেব্ৰুৱাৰী: বদৰুদ্দিন আজমলৰ হাম হাস্পতালৰ গেটত হোজাই জিলা প্ৰসাসনে উচ্ছেদ অভিযান চলোৱাক কেন্দ্ৰ কৰি বিতৰ্ক চলি থকাৰ সময়তে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্য।

নেতা গৰাকীয়ে কয়,হিন্দুৰ ওপৰত আক্ৰমণ কৰিলে একাংশ লোকে জিন্দাবাদ ধ্বনি দিয়ে ৷ আজলমৰ অবৈধ নলা ওপৰত প্ৰসাসনে উচ্ছেদ কৰিলে উপায়ুক্ত মূর্দাবাদ ধ্বনি দিয়ে। বদৰুদ্দিন আজমল কোনো ধৰ্ম গুৰু নহয় ৷ আজমলে হোজাইৰ লগতে সমগ্ৰ অসমৰ মানৱ সমাজক নষ্ট কৰি আছে ৷

লগতে পঢ়ক : কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.