হোজাই, ১২ মে': হোজাইৰ লংকা ৰেল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা । দেওবাৰে সন্ধিয়া ষ্টেচনটোৰ ২নং প্লেটফৰ্মত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় মহিলা গৰাকীক । স্থানীয় ৰাইজে পৰি থকা অৱস্থাত মহিলা গৰাকীক প্ৰতক্ষ্য কৰি ৰেল আৰক্ষীক খৱৰ দিয়াত ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ । কোনো দূস্কৃতিকাৰীয়ে বিষ প্ৰাণ কৰাই মহিলাগৰাকীক এনে অৱস্থা কৰাৰ সন্দেহ ৰেল আৰক্ষীৰ । বৰ্তমান লংকা প্ৰাথমিক চিকিৎসালয়ত চিকিত্সাধীন মহিলাগৰাকী । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মহিলা গৰাকীৰ পৰিচয় ।
লংকা ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা - উদ্ধাৰ
স্থানীয় ৰাইজে পৰি থকা অৱস্থাত মহিলা গৰাকীক প্ৰতক্ষ্য কৰি ৰেল আৰক্ষীক খৱৰ দিয়াত ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ ।
লংকা ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা
হোজাই, ১২ মে': হোজাইৰ লংকা ৰেল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা । দেওবাৰে সন্ধিয়া ষ্টেচনটোৰ ২নং প্লেটফৰ্মত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় মহিলা গৰাকীক । স্থানীয় ৰাইজে পৰি থকা অৱস্থাত মহিলা গৰাকীক প্ৰতক্ষ্য কৰি ৰেল আৰক্ষীক খৱৰ দিয়াত ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ । কোনো দূস্কৃতিকাৰীয়ে বিষ প্ৰাণ কৰাই মহিলাগৰাকীক এনে অৱস্থা কৰাৰ সন্দেহ ৰেল আৰক্ষীৰ । বৰ্তমান লংকা প্ৰাথমিক চিকিৎসালয়ত চিকিত্সাধীন মহিলাগৰাকী । বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মহিলা গৰাকীৰ পৰিচয় ।
Intro:হোজাই জিলাৰ লংকাৰ ৰেল ষ্টেচনৰ ২নং প্লেটফৰ্মত ফ্ল'ৰত পৰি থকা অৱস্হাত এগৰাকী মহিলা উদ্ধাৰ | Body:হোজাই জিলাৰ
লংকাৰ ৰেল ষ্টেচনৰ ২নং প্লেটফৰ্মত দেওবাৰে সন্ধিয়া অচেতন ভাৱে ফ্ল'ৰত পৰি থকা অৱস্হাত এগৰাকী মহিলা উদ্ধাৰ হয় | স্থানীয় ৰাইজে পৰি থকা অৱস্হাত মহিলা গৰাকীক প্ৰতক্ষ্য কৰি ৰেল আৰক্ষীক খৱৰ দিয়াত ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰে |
কোনো অজ্ঞাত দূস্কৃতিকাৰীয়ে বিষ প্ৰাণ কৰাই মহিলাগৰাকীক এনে অৱস্হা কৰাৰ সন্দেহ ৰেল আৰক্ষীৰ |বৰ্তমান লংকা প্ৰাথমিক চিকিৎসালয়ত চিকিত্সাধীন মহিলাগৰাকী |
কিন্তু মহিলাগৰাকীৰ কাষত এটা বেগ পোৱা গৈছে যদিও
বৰ্তমানলৈকে মহিলাগৰাকীৰ পৰিচয় পোৱা হোৱা নাই |
BYTE: ৰেল আৰক্ষী
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam