ETV Bharat / state

হোজাইত নাবালিকাক পলুৱাই আনি গ্ৰেপ্তাৰ এজন

কিশোৰীগৰাকীৰ অভিভাৱকৰ গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা হোজাই আৰক্ষীয়ে পূব ধনীৰাম পথাৰৰ পৰা কিশোৰীসহ যুৱকজনক কৰায়ত্ত কৰে ।

author img

By

Published : Jul 10, 2020, 12:06 PM IST

One boy arrested in Hojai
হোজাইত নাবালিকাক পলুৱাই আনি গ্ৰেপ্তাৰ এজন

হোজাই, 10 জুলাই : হোজাইত নাবালিকা কিশোৰীক পলুৱাই আনি গ্ৰেপ্তাৰ এজন যুৱক। ধৃত যুৱকজন হোজাই পূব ধনীৰাম পথাৰৰ অমিত দাস । ডিফুৰ পৰা যুৱকজনে বৃহস্পতিবাৰে পুৱা পলুৱাই আনিছিল নাবালিকা কিশোৰীগৰাকীক । আনহাতে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ অভিভাৱকে যুৱকজনৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছিল ৷

অভিভাৱকৰ গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা হোজাই আৰক্ষীয়ে পূব ধনীৰাম পথাৰৰ পৰা কিশোৰীসহ যুৱকজনক কৰায়ত্ত কৰে । হোজাই আৰক্ষীয়ে যুৱক কৰায়ত্ত কৰাৰ পাছত ডিফু আৰক্ষীৰ জিম্মাত চমজাই দিয়ে । নিশাই ডিফু আৰক্ষীয়ে দুয়োকে ডিফুলৈ লৈ যায় ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.