ETV Bharat / state

হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান - হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান

অসম আৰক্ষীত এটাৰ পাছত আন এটা নিৰ্লজ্জ কাণ্ড সংঘটিত হোৱাৰ পাছতে শেহতীয়াকৈ হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ এটি ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হৈ যোৱাৰ পিচত ব্যপক প্ৰচাৰ লাভ কৰিছে । যাৰ বাবে হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিক ভাবে বলৱৎ হোৱাকৈ দুয়োজন জোৱানকে নিলম্বন কৰে ৷

হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান
author img

By

Published : Sep 28, 2019, 6:07 PM IST

হোজাই, 28 ছেপ্টেম্বৰঃ পুনৰ অসম আৰক্ষীৰ খাকী পোচাকত চেকা । হোজাইত উৎকোচ লৈ নিলম্বিত হ'ল অসম আৰক্ষীৰ দুজন জোৱান । হোজাই শংকৰদেৱ নগৰ আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত জোৱান অতুল বনিয়া আৰু উদালি পহৰা চকীত নিয়োজিত হৈ থকা জোৱান আফজল হুছেইনে পৃথকে পৃথকে পাৰপত্ৰ নিৰীক্ষণৰ নামত আবেদন কাৰীৰ পৰা লৈছিল উৎকোচ। সেই উৎকোচ লোৱাৰ দৃশ্য গোপনে আবেদনকাৰীজনে কেমেৰাৰে বন্দী কৰাৰ পাচত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷

হোজাইত উৎকোচ লৈ নিলম্বিত অসম আৰক্ষীৰ দুজন জোৱান

যাৰ পিছতে হোজাই আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ দুয়োজন জোৱানকে নিলম্বন কৰে ৷ লগতে তেওঁ হোজাইৰ প্ৰত্যেকখন আৰক্ষী থানাতে "কম্প্লেইন বক্স"ৰ ব্যৱস্থা কৰা হ'ব বুলি জনায় ৷ যাৰ দ্বাৰা সকলো লোকেই নিজৰ আপত্তিসমূহ লিখিত ৰূপত আৰক্ষী অধীক্ষকক জনাব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ ভাইৰেল ভিডিঅ''টো

Intro:হোজাইত উৎকোচ লৈ নিলম্বিত হল অসম আৰক্ষীৰ দুজন জোৱান। Body:হোজাইত উৎকোচ লৈ নিলম্বিত হল অসম আৰক্ষীৰ দুজন জোৱান।

হয় | পুনৰ অসম আৰক্ষীৰ খাকীত চেকা।।এইবাৰ স্থান হোজাই।। হোজাই শংকৰদেৱ নগৰ আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত জোৱান অতুল বনিয়া আৰু উদালি পহৰা চকীত নিয়োজিত হৈ থকা জোৱান আফজল হুছেইনে পৃথকে পৃথকে পাৰপত্ৰৰ নথি নিৰীক্ষণৰ নামত আবেদন কাৰীৰ পৰা লৈছিল উৎকোচ।।সেই উৎকোচ লোৱাৰ ভিডিঅ চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত আৰক্ষী অধীক্ষক অংকুৰ জৈনে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিক ভাবে বলৱত হোৱাকৈ দুজন জোৱানক নিলম্বন কৰিছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।।

BYTE: SP .HOJAI

27.09.2019

Hojai police viral vidieo

এইবাৰ হোজাইৰ লংকাত অসম আৰক্ষীৰ ভিডিঅ' ভাইৰেল।আৰক্ষী নিৱেশতে ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত।

অসম আৰক্ষীত এটাৰ পাছত আন এটা নিৰ্লজ্জ কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত শেহতীয়াকৈ হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ এটি ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হৈ ব্যপক প্ৰচাৰ লাভ কৰিচে।জিলাখনৰ উদালী আৰক্ষী পহৰা চকীৰ এজন কনিষ্টবলে আৰক্ষী নিবেশতে কৰ্তব্যৰত অৱস্থাত পাৰপত্ৰ ভেৰিফিকেচনৰ নামত ধন দাবী কৰি ধন সংগ্ৰহৰ এক দৃশ্য ম'বাইলৰ কেমেৰাত বন্দী হৈছে।"ওপৰৱালাকো দিব লাগে" বুলি ভাষ্য দিয়া আৰক্ষী কনিষ্টবল জনে পাৰপত্ৰৰ বাবে ধনৰ এক নিৰ্দ্দিষ্ট ৰেট বান্ধি থোৱা আছে বুলিও কয়।সম্প্ৰতি ব্যাপক প্ৰচাৰ লাভ কৰা এই ভিডিঅ'টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ আৰক্ষীৰ এনে স্বৰূপে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat AssamConclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.