ETV Bharat / state

লংকাত পুনৰ চুৰিকাণ্ড - লংকাৰ এক নং ৱাৰ্ডৰ

লংকাৰ এক নং ৱাৰ্ডৰ লংকাপট্টিত ভাৰাতীয়া হিচাপে থকা কৃষ্ণ বৰা বি.এড কলেজৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমানৰ বাসগৃহৰ পৰা লৈ যায় বাইক ।

লংকাত পুনৰ সংঘটিত চুৰিৰ ঘটনা
লংকাত পুনৰ সংঘটিত চুৰিৰ ঘটনা
author img

By

Published : Jun 30, 2020, 8:16 PM IST

হোজাই, 30 জুনঃ সোমবাৰে হোজাইৰ লংকাত সংঘটিত হ'ল চুৰিৰ ঘটনা । লংকাৰ এক নং ৱাডৰ লংকাপট্টিত ভাৰাতীয়া হিচাপে থকা কৃষ্ণ বৰা বি.এড কলেজৰ অধ্যক্ষ মোষ্টাফিজুৰ ৰহমানৰ এখন ডিছকভাৰ ১২৫ বাইক চোৰে লৈ যায় । ৰহমান ভাড়া ঘৰত নথকাৰ সুযোগ লৈ চোৰে ৰহমানৰ AS-02L-8793 নম্বৰৰ বাইকখন লৈ উধাও হয় । চুৰি ঘটনা সম্পৰ্কে ভাড়া ঘৰৰ মালিকে ফোন যোগে ৰহমানক অৱগত কৰে । তাৰ পাচতেই তেওঁ লংকাত আহি উপস্থিত হৈ আৰক্ষী থানাত গোচৰ তৰে ।

লংকাত পুনৰ সংঘটিত চুৰিৰ ঘটনা

আৰক্ষীৰ নিৰাপত্তাৰ দিশটো দুৰ্বল হোৱা বাবেই লংকাত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.