ETV Bharat / state

হোজাই জিলাৰ কাকীত নিৰুদ্দেশ কিশোৰ

author img

By

Published : Nov 4, 2019, 9:44 AM IST

হোজাই জিলাৰ কাকীত কিছুদিন ধৰি নিখোজ হৈ আছে ৰবিন বৰা নামৰ এজন কিশোৰ ৷ সম্ভেদ পালে ৬০০৩৩৪২৪১০ নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ পৰিয়ালৰ ৷

হোজাই জিলাৰ কাকীত নিৰুদ্দেশ কিশোৰ

হোজাই, 4 অক্টোবৰ: হোজাই জিলাৰ কাকীত নিৰুদ্দেশ এজন কিশোৰ ৷ যোৱা বৃহস্পতি বাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে অন্তৰ্ধান ৰবীন বৰা নামৰ কিশোৰগৰাকী | ৰবিন বৰা কাকীৰ শ্ৰী শ্ৰী মাধৱদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত 15 বছৰ বয়সীয়া ছাত্ৰ ৷ ৫ দিন ধৰি নিখোজ হৈ থকা কিশোৰজনক ঘৰৰ পৰিয়ালে আত্মীয়ৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলোতে বিচাৰ-খোচাৰ কৰিছে যদিও সম্ভেদ উলিয়াব নোৱাৰি বৰ্তমান ভুক্তভোগী পৰিয়ালটোৱে কাকী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে | কোনো সদাশয় ব্যক্তিয়ে নিখোজ ছাত্ৰ ৰবীন বৰাৰ সম্ভেদ পালে ৬০০৩৩৪২৪১০ নম্বৰত যোগাযোগ কৰিবলৈ ছাত্ৰজনৰ পৰিয়ালে অনুৰোধ জনাইছে ৷

হোজাই জিলাৰ কাকীত নিৰুদ্দেশ কিশোৰ
লগতে পঢ়ক :দিল্লীৰ ভয়ংকৰ প্ৰদূষণত গাজৰ খাই ৰক্ষা কৰক নিজক !

Intro:হোজাই জিলাৰ কাকীত নিৰুদ্ধেশ ছাত্ৰ |
Body:হোজাই জিলাৰ কাকীত নিৰুদ্ধেশ ছাত্ৰ | নাম ৰবীন বৰা |

প্ৰতিগৰাকী পিতৃ -মাতৃয়ে নিজৰ সন্তানটো যাতে বিপথে পৰিচালিত হৱ নোৱাৰে তাৰ বাবে কৰে শাসন | কেতিয়াৱা যদি মৰম চেনেহৰ মাজৰে নিজৰ সন্তানটিক বুজাৱ চেষ্টা কৰে ,কেতিয়াৱা আকৌ নিজৰ সন্তানটিক এচাৰিৰে দুই এচাত দি হলেও কৰিবলৈ চেষ্টা কৰে শাসন | যাতে নিজৰ সন্তানটো বিপথে পৰিচালিত নহৈয় ভালদৰে পঢা -শুনা কৰি জীৱনত উন্নতি কৰিব পাৰে | কিন্তু হোজাই জিলাৰ কাকীৰ চুতীয়া গাওত এগৰাকী মাতৃয়ে নিজ সন্তানক দুষ্টামী কৰাৰ লগতে পঢা-শুনা নকৰাত খংতেই দুই-এচাৰী দিয়াতেই লাগিল কেনা | যোৱা বৃহস্পতি বাৰৰ নিশাৰ পৰা বৰ্তমানলৈকে অন্তধ্যান ৰবীন বৰা(১৫) নামৰ ছাত্ৰ জন | কাকীৰ শ্ৰী শ্ৰী মাধৱদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যায়ণগত ছাত্ৰ ৰবীন বৰা আজি প্ৰায় ৫ দিন ধৰি নিৰুদ্ধেশ হৈ থকাত বৰ্তমান ছাত্ৰ জনৰ গৃহত সৃষ্টি হৈছে কান্দোনৰ ৰোল | ঘৰৰ পৰিয়ালে আত্মীয়,বংস কুতুম সকলতে বিচাৰ-খুচাৰ কৰিছে সম্ভেদ উলিয়াব নোৱাৰি ভোক্তভোগী পৰিয়ালে কাকী আৰক্ষী থানাত ঘটনাসন্দৰ্ভত দাখিল কৰিছে এজাহাৰ | পৰিয়ালৰ অনুৰুধ কোনো সদাসয় ব্যক্তিয়ে উক্ত ছাত্ৰ ৰবীন বৰাৰ সম্ভেদ পালে ৬০০৩৩৪২৪১০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনাইছে ভোক্তভোগী পৰিয়ালটোৱে |

BYTE: ৰবীন বৰাৰ মাতৃ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.