ETV Bharat / state

সন্তানক হত্যা কৰা সতীয়া মাতৃক যাৱজ্জীৱন কাৰাদণ্ড - etv bharat

চাৰিবছৰীয়া কন্যা খাদিজা খাতুনক কুঁৱাত পেলাই হত্যা কৰা সতীয়া মাতৃক যাৱজ্জীৱন কাৰাদণ্ড

হোজাই শংকৰদেৱনগৰ আদালতৰ ৰায়দান
author img

By

Published : Jul 1, 2019, 10:04 PM IST

হোজাইত চাৰি বছৰীয়া কন্যা সন্তানক হত্যা কৰা সতীয়া মাতৃক যাৱজ্জীৱন কাৰাদণ্ড হোজাই শংকৰদেৱ আদালতৰ
2017 চনৰ 15 জানুৱাৰীত হোজাই নখুটীৰ খ্ৰীং খ্ৰীং চৈধ্যঘৰ গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো
গাঁৱখনৰ ছুলমান আলীৰ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিৱাহ সম্পন্ন কৰা ফাতিমা খাতুনে সংঘটিত কৰিছিল হত্যাকাণ্ডটো
ছুলমান আলীৰ প্ৰথমা পত্নীৰ চাৰিবছৰীয়া কন্যা সন্তান খাজিদা খাতুনক কুঁৱাত পেলাই হত্যা কৰিছিল ফাতেমাই
ঘটনা সংক্ৰান্তত লামডিং থানাত ৰুজু হৈছিল 14/17 নং গোচৰ
উক্ত গোচৰৰ ৰায়দানত হোজাই জিলা অতিৰিক্ত আৰু সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে ফাতেমাক নগদ দহ হাজাৰ টকা জৰিমনাসহ যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে

Intro:হোজাই শংকৰদেৱনগৰ আদালতৰ ৰায়দানBody:হোজাই শংকৰদেৱনগৰ আদালতৰ ৰায়দান

চাৰিবছৰীয়া কন্যা খাদিজা খাতুনক কুঁৱাত পেলাই হত্যা কৰা সতীয়া মাতৃক যাৱৎজ্জীৱন কাৰাদণ্ড৷

২০১৭ চনৰ ১৫ জানুৱাৰীত হোজাই নখুটীৰ খ্ৰীং খ্ৰীং চৈধ্যঘৰ গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো৷

গাঁৱখনৰ ছুলমান আলীৰ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিৱাহ সম্পন্ন কৰা ফাতিমা খাতুনে সংঘটিত কৰিছিল হত্যাকাণ্ডটো৷

ছুলমান আলীৰ প্ৰথমা পত্নীৰ চাৰিবছৰীয়া কন্যা সন্তানটিক কুঁৱাত পেলাই হত্যা কৰিছিল ফাতেমাই৷

ঘটনা সংক্ৰান্তত লামডিং থানাত ৰুজু হৈছিল ১৪/১৭ নং গোচৰ৷

উক্ত গোচৰৰ ৰায়দানত হোজাই জিলা অতিৰিক্ত আৰু সত্ৰ ন্যায়াধীশ এন এচ দেউৰীৰ আদালতে ফাতেমাক নগদ দহ হাজাৰ টকা জৰিমনাসহ যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷

গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.