ETV Bharat / state

হোজাইত মৃতদেহ উদ্ধাৰ - হোজাইৰ লামডিঙত মৃতদেহ উদ্ধাৰ

হোজাইৰ লামডিঙৰ লংকা নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ ৷

HOJAI DEAD BODY RECOVER
হোজাইত মৃতদেহ উদ্ধাৰ
author img

By

Published : Dec 4, 2019, 10:35 AM IST

হোজাই, 4 ডিচেম্বৰ: হোজাই জিলাৰ লামডিংৰ নতুন বস্তিৰ লংকা নৈৰ জুৰিত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ | মৃত দেহটো সঞ্জয় পাত্ৰ নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে | ঘটনা অনুসৰি লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নতুন বস্তিৰ নিজ গৃহৰ পৰা যোৱা দেওৱাৰে সঞ্জয় নামৰ ব্যক্তিজন বজাৰ কৰিবলৈ বুলি নতুন বস্তিৰ বজাৰলৈ গৈছিল | দেওবাৰে বজাৰলৈ অহাৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জয় | পৰিয়ালৰ লোকে দুদিন ধৰি আত্মীয়,গাঁৱৰ ওচৰৰ জংঘলত,বিচাৰ খোচাৰ কৰিছিল যদিও মঙলবাৰে পুৱাৰ ভাগতহে সঞ্জয়ৰ মৃতদেহটো লংকাজান নৈৰ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে | পিচত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে |

লগতে পঢ়ক:গোৱালপাৰাত যুৱক-যুৱতীক উলংগ কৰি প্ৰহাৰঃ গ্ৰেপ্তাৰ তিনি অভিযুক্ত

Intro:হোজাই লামডিংৰ নতুন বস্তিৰ লংকা জান জুৰিত পানীত উপঙী থকা অৱস্হাত পুৰুষৰ মৃতদেহ উদ্ধাৰ | Body:হোজাই লামডিংৰ নতুন বস্তিৰ লংকা জান জুৰিত পানীত উপঙী থকা অৱস্হাত পুৰুষৰ মৃতদেহ উদ্ধাৰ | মৃত দেহটো সঞ্জয় পাত্ৰ নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত |

হোজাই জিলাৰ লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নতুন বস্তিৰ কাষেৰে বৈ যোৱা লংকা জান জুৰিত মংগলবাৰে পূৱা পানীত উপঙী থকা অৱস্হাত এজন পুৰুষ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ | মৃত দেহটো সঞ্জয় পাত্ৰ(৩৬)নামৰ এজনৰ বুলি চিনাক্ত | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নতুন বস্তিৰ নিজ গৃহৰ পৰা যোৱা
দেওৱাৰে সঞ্জয় নামৰ ব্যক্তি জন বজাৰ কৰিবলৈ বুলি নতুন বস্তিলৈ আহিছিল | দেওৱাৰে বজাৰলৈ অহাৰ পৰা সন্ধানহীন হৈ অাছিল সঞ্জয় | পৰিয়ালৰ লোকে দুদিন ধৰি সমন্ধীয়,গাৱৰ ওচৰৰ জংঘলত ,বিচাৰ খুচাৰ কৰিছিল যদিও আজি মংগলবাৰে পূৱা ভাগতহে সঞ্জয়ৰ মৃতদেহটো লংকাজান নৈৰ পানীত উপঙী থকা অৱস্হাত উদ্ধাৰ হয় | স্হানীয় ৰাইজে জুৰিৰ পানীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো | বৰ্তমান ঘটনা স্হলীত আৰক্ষীৰ লোক উপস্হিত হৈ তদন্ত কৰাৰ লগতে মৃতদেহটো মৰোনত্বৰ পৰিক্ষাৰ বাবে নগাওলৈ প্ৰেৰণ কৰিছে |

BYTE: মৃত সঞ্জয়ৰ পিতৃ/পত্নী

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.