ETV Bharat / state

হোজাইত বিজেপি কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিকাণ্ড

কি উদ্দেশ্যত কাৰ্যালয়টো জ্বলালে সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হোজাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে বিজেপি কৰ্মী সকলে ।

হোজাইত বিজেপি কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিকাণ্ড
author img

By

Published : Apr 14, 2019, 10:39 PM IST

হোজাই, ১৪ এপ্ৰিলঃ হোজাইত নগেন্দ্ৰ নগৰৰ ১নং ৱাৰ্ডত থকা বিজেপি নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ । বিৰোধীয়ে এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ বিজেপিকৰ্মীৰ ।

হোজাইত বিজেপি কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিকাণ্ড

উল্লেখ্য যে, বিধায়ক শিলাদিত্য দেৱৰ ঘৰৰ নগেন্দ্ৰ নগৰ ১ নং ৱাৰ্ডত থকা বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰে দুৰ্বিত্তই । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও কাৰ্যালয়টো জুইত সম্পূৰ্ণৰূপে জুইত জাহ যায়। আনহাতে এই ঘটনাটো বিৰোধীয়ে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিজেপি কৰ্মীয়ে । উক্ত ঘটনা সংক্ৰান্তত বিজেপি কৰ্মী সকলে ইতিমধ্যে এক গোচৰ তৰিছে । এতিয়ালৈ কোনে কি উদ্দেশ্যত কাৰ্যালয়টো অগ্নি সংযোগ কৰিলে সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হোজাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উক্ত ঘটনাৰ লগত জড়িত লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনাইছে বিজেপি কৰ্মী সকলে ।

SLUG  : HOJAI BJP OFFICE BURN 

DATE : 14.04.2019

VIS : 1 File Email

STORY : হোজাইত নিৰ্বাচনী হিংসা।বিধায়ক শিলাদিত্য দেৱৰ ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগৰ বিজেপিৰ নিৰ্বাচনী কাৰ্যলয় জ্বলাই দুৰ্বৃত্তৰ তাণ্ডৱ।যোৱা ৰাতিৰ মাজনিশা দুৰ্বৃত্তই নগেন্দ্ৰ  নগৰ ১ নং ৱাৰ্ডত থকা বিজেপিৰ নিৰ্বাচনী কাৰ্যলয়ত অগ্নিসংযোগ কৰি জ্বলাই দিয়াত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।
নিশা বিজেপিৰ কাৰ্যলয়ত দাও দাওকৈ জুই জ্বলা দেখি স্থানীয় ৰাইজ ওলাই আহি জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও কাৰ্যলয়টো জুইত সম্পূৰ্ণৰূপে জাহ যায়।ইপিনে এই ঘটনাটো বিৰোধীয়ে সংঘটিত কৰাৰ সন্দেহ কৰিছে  বিজেপি কৰ্মীয়ে।।ঘটনা সংক্ৰান্তত বিজেপিৰ ফালৰ পৰা এক গোচৰ তৰাৰ ব্যৱস্থা কৰিছে যদিও কোনে কি উদ্দেশ্যত কাৰ্যলয়খন জ্বলালে সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই।।ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হোজাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.