ETV Bharat / state

ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা

নতুন বজাৰ নামঘৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে হোজাইত ভাগৱত পাঠৰ এক শোভাযাত্ৰা

author img

By

Published : Mar 21, 2019, 8:25 PM IST

ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা

হোজাই, 21 মাৰ্চ : বৃহস্পতিবাৰে ভক্তিৰসত মুগ্ধ হ'ল হোজাই জিলা ৷ হোজাইৰ নতুন বজাৰ নামঘৰত ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনত ভাগৱত পাঠৰ এক শোভাযাত্ৰা উলিওৱা হয় ৷ ভক্তপ্ৰাণ ৰাইজে হৰিনামেৰে মুখৰিত কৰি তোলে সমগ্ৰ হোজাই জিলা ৷ এই শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ পুৰুষ-মহিলা সকলে অংশগ্ৰহণ কৰাৰ লগতে হৰিনামৰ তালে তালে সকলোৱে নাচি-বাগি ভক্তিৰসত মতলীয়া হৈ পৰে ৷ সকলোৱে আবিৰেৰেৰঙীন হৈ পৰাৰ উপৰিও জিলাখনৰ প্ৰতিঘৰে নিজ ঘৰৰ সন্মুখত চাকি-বন্তিও জ্বলাই ৷

SLUG : HOJAI BHAGABATH JATRA STORY 

DATE : 21/03/2019

Vis : Email

OC/VO--হোজাইত নতুন বজাৰ নামঘৰৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে বাহিৰ কৰা হল ভাগৱত শোভাযাত্ৰা।।নতুন বজাৰ স্থিত নামঘৰৰ সম্মুখৰ পৰা বাহিৰ কৰা এই শোভাযাত্ৰা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি  নামঘৰত উপস্থিত হোৱাৰ পিছত সামৰণি পৰে।।ইপিনে এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰা  বিভিন্ন বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰুষ মহিলা সকলে নামৰ তালে তালে নৃত্য কৰাও দেখা যায়।লগতে   আবিৰ খেলি  আবিৰৰ ৰঙত ৰঙীন হৈ পৰে সকলো।।আনহাতে ভাগবত শোভাযাত্ৰাৰ সময়ত গৃহস্থই নিজৰ ঘৰৰ প্ৰৱেশ গেটত পূজা অৰ্চনা কৰে এনেদৰে। 

BITE-নামঘৰৰ সম্পাদক

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.