ETV Bharat / state

হোজাইত আছুৰ উদ্যোগত শ্বহীদ বেদী উন্মোচন

author img

By

Published : Jan 29, 2021, 8:44 PM IST

হোজাইত শ্বহীদ বেদী উন্মোচনী সভা অনুষ্ঠিত ৷ উপস্থিত আছুৰ বহু কেইগৰাকী শীৰ্ষ নেতা ৷

hojai-aasu-inaurgate-news
হোজাইত আছুৰ উদ্যোগত শ্বহীদ বেদী উন্মোচন

হোজাই, 29 জানুৱাৰী : হোজাই জিলাৰ কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকীবাসী ৰাইজৰ সহযোগত শুকুৰবাৰে শ্বহীদ বেদী উন্মোচন কৰা হয় ৷ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ আৱক্ষ মূৰ্ত্তি, আছু বুক বেংক আৰু ছাত্ৰ পুথিভঁৰাল উন্মোচন কৰা হয় ৷

উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য

উক্ত অনুষ্ঠানত আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে উপস্থিত থাকে হোজাই জিলা প্ৰশাসনৰ বহু কেইগৰাকী উচ্ছপদস্থ বিষয়া ৷

hojai-aasu-inaurgate-news
উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য অনুষ্ঠানত

লগতে পঢ়ক : বিতৰ্কিত কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.