ETV Bharat / state

হোজাইত কৰ'ণা সংক্ৰমণক লৈ তৎপৰ জিলা প্ৰসাশন

author img

By

Published : Mar 22, 2020, 8:11 PM IST

নিশা হোজাইৰ ৰে'লৱে ষ্টেচন পৰিদৰ্শন কৰে জিলা উপায়ুক্তই ৷ কৰ'ণা ভাইৰাছ সংক্ৰণ ৰোধৰ বাবে এনে তৎপৰতা গ্ৰহণ হোজাই জিলা প্ৰশাসনৰ ৷

তৎপৰ জিলা প্ৰসাশন
তৎপৰ জিলা প্ৰসাশন

হোজাই, 22 মাৰ্চঃ হোজাইত কৰ'ণা সংক্ৰমণ ৰোধিবলৈ তৎপৰ জিলা প্ৰশাসন ৷ নিশা হোজাইৰ ৰে'লৱে ষ্টেচন পৰিদৰ্শন কৰে জিলা উপায়ুক্তই ৷ জিলাখনৰ প্ৰতিটো ষ্টেচনত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ষ্টেচনৰ প্ৰৱেশ আৰু বাহিৰ হোৱাৰ পথ এটা কৰি সকলো যাত্ৰীৰ কৰা হৈছে স্বাস্থ্য পৰীক্ষা ৷ ষ্টেচনৰ সকলো ব্যৱস্থা পৰিদৰ্শন কৰিবলৈ নিশা হোজাই ষ্টেচনত উপস্থিত হয় জিলা উপায়ুক্ত চাদনেক সিং ৷ পিনে হোজাই জিলাত মুঠ ১০০ জনতকৈও অধিক লোকক, ঘৰতে সুকীয়াকৈ ৰাখি স্বাস্থ্য পৰীক্ষা কৰা বুলি মহকুমা স্বাস্থ্য বিষয়াই প্ৰকাশ কৰে ৷ এই মাহামাৰীক লৈ ৰাইজক শংকিত নহ'বলৈ আহ্বান জিলা উপায়ুক্ত গৰাকীৰ ৷

হোজাইত কৰ'ণা সংক্ৰমণক লৈ তৎপৰ জিলা প্ৰসাশন

লগতে পঢ়কঃ শিৱসাগৰ জনতা কাৰ্ফিউ সহাৰি, ব্যতিক্ৰমী ৰূপত দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.