- হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে ছাত্ৰীৰ আত্মহত্যা
- ঘৰৰ ভিতৰতে চীপ লৈ আত্মহত্যা দিপিকা দে' নামৰ 16 বছৰীয়া ছাত্ৰীগৰাকীৰ
- প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক
- লংকা বাডচ ইংলিচ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱৰ্তীণ হৈছিল ছাত্ৰীগৰাকী
হোজাইৰ লংকাৰ জয়ৰাম বস্তিত অঘটন - ছাত্ৰীৰ আত্মহত্যা
ফলাফলত অনুত্তীৰ্ণ ছাত্ৰীয়ে বাছি ল'লে চৰম পন্থা
ফলাফলত অনুত্তীৰ্ণ ছাত্ৰীৰ চৰম পন্থা
- হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে ছাত্ৰীৰ আত্মহত্যা
- ঘৰৰ ভিতৰতে চীপ লৈ আত্মহত্যা দিপিকা দে' নামৰ 16 বছৰীয়া ছাত্ৰীগৰাকীৰ
- প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক
- লংকা বাডচ ইংলিচ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱৰ্তীণ হৈছিল ছাত্ৰীগৰাকী
Intro:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনাই হোজাই জিলা লংকাত অঘটন |Body:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনাই হোজাই জিলা লংকাত অঘটন | লংকাৰ জয়ৰাম বস্তিৰ এগৰাকী ছাত্ৰী নিজ গৃহতেই চীপ লৈ আত্মহত্যা |ঘটনাসন্দৰ্ভত জানিব পৰা মতে, লংকা আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰাম বস্তিৰ দীপিকা দে নামৰ ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱাক কেন্দ্ৰ কৰি আত্মহত্যাৰ পথ বাছি লয় | পিছত ঘৰৰ আত্মীয়ই ছাত্ৰী গৰাকীক লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিত্সকে মৃত্যু হোৱা বুলি ঘোষণা কৰে | উল্লেখ যে, মৃত ছাত্ৰী গৰাকীয়ে বাডচ ইংলিছ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল |
BYTE: মৃত ছাত্ৰী গৰাকীৰ দেউতাক
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
BYTE: মৃত ছাত্ৰী গৰাকীৰ দেউতাক
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam