ETV Bharat / state

হোজাইত বিধ্বংসী অগ্নিকাণ্ড - হোজাইত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত দীপক সূত্ৰধৰ, নিৰঞ্জন সাহা আৰু দিলীপ দাসৰ তিনিটাকে বাসগৃহ ভস্মীভূত হয় ৷ ইপিনে তিনিটা বাসগৃহ মিলি আনুমানিক 30 লাখ টকাৰ ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা কৰা হৈছে ৷

হোজাইত বিধ্বংসী অগ্নিকাণ্ড
হোজাইত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Feb 18, 2021, 12:25 PM IST

হোজাই,18 ফেব্ৰুৱাৰীঃ হোজাইৰ লংকা আদৰ্শপল্লীৰ 6নং ৱাৰ্ডত বৃহস্পতিবাৰে পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত দীপক সূত্ৰধৰ, নিৰঞ্জন সাহা আৰু দিলীপ দাসৰ তিনিটাকে বাসগৃহ ভস্মীভূত হয় ৷ তিনিটা বাসগৃহ মিলি আনুমানিক 30 লাখ টকাৰ ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা কৰা হৈছে ৷

হোজাইত বিধ্বংসী অগ্নিকাণ্ড
হোজাইত বিধ্বংসী অগ্নিকাণ্ড

উল্লেখযোগ্য যে, দীপক সূত্ৰধৰৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ সা-সামগ্ৰী লুটপাত কৰি অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে অগ্নি নিৰ্বাপক বাহিনী সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷

হোজাইত বিধ্বংসী অগ্নিকাণ্ড

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি আঁচনি ৰূপায়ণৰ উদ্দেশ্যে বিশেষ সভা আইজলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.