ETV Bharat / state

BREAKING NEWS: লংকাত ৰে’লৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ

বুধবাৰে বিয়লি হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত লংকা আৰক্ষীয়ে অভিযান চলাই লংকাত ৰে’লৰ পৰা জব্দ কৰে নিষিদ্ধ ড্ৰাগছ (Drugs seized at Lanka) ৷ লগতে তিনিটা ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Drugs Peddler arrested by Hojai police) ৷

Drugs Peddler arrested with Drugs by Hojai police at Lanka in Hojai
হোজাইত লংকাত ৰে’লৰ পৰা উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ
author img

By

Published : Sep 7, 2022, 8:45 PM IST

Updated : Sep 7, 2022, 10:05 PM IST

হোজাই, 7 ছেপ্টেম্বৰ: হোজাইৰ লংকাত ৰে’লৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ ৷ বুধবাৰে বিয়লি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত লংকা আৰক্ষীয়ে অভিযান চলাই নামনিমূৱা ৰঙীয়া এক্সপ্ৰেছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized at Lanka) ৷

লগতে আৰক্ষীয়ে আটক কৰিলে তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক(Drugs Peddler Arrested by Hojai police) ৷ এক বিশেষ সূত্ৰৰ পম খেদি হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত লংকা আৰক্ষীয়ে ৰঙিয়া এক্সপ্ৰেছত অভিযান চলাই প্ৰায় 65 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

লংকাত ৰে’লৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ

লগতে আটকাধীন লোককেইজন ক্ৰমে আছিকুল ইছলাম, মুজিবৰ ৰহমান আৰু আজাৰুল ইছলাম বুলি জানিব পৰা গৈছে ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ছয় লক্ষাধিক বুলি জনালে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: ভাৰত জোড়ো যাত্ৰাক কমেডী আখ্যা দি অসমৰ মুছলমানক দেশপ্ৰেমী বুলিলে মুখ্য়মন্ত্ৰী শৰ্মাই

Last Updated : Sep 7, 2022, 10:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.