ETV Bharat / state

হোজাইত কৰ’ণাৰ বিৰুদ্ধে সজাগতা অভিযান

হোজাই জিলাৰ লংকাত হোজাই জিলা সচেতন যুৱ মঞ্চৰ উদ্যোগত ক’ভিড সম্পৰ্কীয় সজাগতা সভা ৷ ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ আৰু চাবোন বিতৰণ হোজাই জিলা সচেতন যুৱ মঞ্চৰ ৷

author img

By

Published : Apr 30, 2021, 8:11 PM IST

হোজাইত কৰ’ণাৰ বিৰুদ্ধে সজাগতা অভিযান
হোজাইত কৰ’ণাৰ বিৰুদ্ধে সজাগতা অভিযান

হোজাই, 30 এপ্ৰিল : হোজাই জিলাৰ লংকাত "হোজাই জিলা সচেতন যুৱ মঞ্চ"ৰ উদ্যোগত ক’ভিড-19 সম্পৰ্কীয় সজাগতা অভিযান চলোৱা হয় । লংকাৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰে হোজাই জিলা সচেতন যুৱ মঞ্চই ৷

হোজাইত কৰ’ণাৰ বিৰুদ্ধে সজাগতা অভিযান

মহামাৰী ক’ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰা আৰু ৰাইজক ক’ভিড সম্পৰ্কত সজাগতা অনাৰ লক্ষ্যৰে যুৱ মঞ্চৰ কৰ্মকৰ্তাসকলে এই কাৰ্যসূচী গ্ৰহণ কৰে । লংকা ৰেল ষ্টেচন, লংকা বজাৰ, যান-বাহনৰ যাত্ৰীৰ মাজত বিতৰণ কৰে মাস্ক, চেনিটাইজাৰ আৰু চাবোন ৷ হোজাই জিলা সচেতন যুৱ মঞ্চৰ সভাপতি বিনয় কলিতাই জনোৱা মতে প্ৰায় দুহেজাৰ লোকৰ মাজত বিতৰণ কৰা হ’ব এই মাস্ক, চেনিটাইজাৰ আৰু চাবোন ৷

লগতে পঢ়ক : নাহৰকটীয়াত ৫ মহীয়া শিশু ক’ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.