ETV Bharat / state

লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা

হোজাই জিলা লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা । নিশা যুৱতীক ধৰ্ষণৰ চেষ্টা দুই যুৱকৰ ।

author img

By

Published : Sep 19, 2019, 7:24 PM IST

লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা
  • হোজাই জিলা লংকাৰ বামুণগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা
  • দুই যুৱকে নিশা ধৰ্ষণৰ চেষ্টা চলাইছিল যুৱতীক
  • নুৰউদ্দিন, আনোৱাৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ
  • পিতৃহীন যুৱতীৰ মাতৃক আক্ৰমণ চলাই ধৰ্ষণৰ চেষ্টা
  • হোজাই জিলাৰ লংকাত‌ তীব্ৰ চাঞ্চল্য
    যুৱতীক ধৰ্ষণৰ অপচেষ্টা
  • উদালী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত এই ঘটনা
  • যুৱতীগৰাকীৰ ঘৰৰ বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি অপচেষ্টা দুই যুৱকৰ
  • ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি যুৱতীগৰাকীৰ মাতৃক আক্ৰমণ
  • যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই অহাত দুই যুৱকৰ পলায়ন
  • ঘটনা সংক্ৰান্তত ২ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল যুৱতীৰ পৰিয়ালৰ
  • এজাহাৰৰ পিছতেই তদন্ত উদালী আৰক্ষীৰ

Intro:হোজাই জিলা লংকাৰ বামুনগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা ।
Body:হোজাই জিলা লংকাৰ বামুনগাঁৱত‌ যুৱতীক ধৰ্ষণৰ অপচেষ্টা ।

দুই যুৱকে নিশা ধৰ্ষণৰ চেষ্টা চলাইছিল যুৱতীক ।

পিতৃহীনা যুৱতীৰ মাতৃক আক্ৰমণৰ চলাই ধৰ্ষণৰ চেষ্টা ।

নুৰ উদ্দিন,আনোৱাৰ হুছেইনৰ বিৰুদ্ধে এই অভিযোগ ।

এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলা লংকাত‌ সৄষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ‌।লংকাৰ বামুনগাঁৱত বুধবাৰে নিশা পিতৃহীনা এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে নুৰ উদ্দিন,আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ।ঘটনা অনুসৰি,উদালী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বামুনগাঁৱত নিশা যুৱতীগৰাকীৰ ঘৰৰ বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দুই যুৱকে প্ৰথমাৱস্থাত ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে ।আৰু তাৰ পিছতেই যুৱতী গৰাকীৰ মাতৃক আক্ৰমণ কৰি যুৱতী গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় ।ইফালে,যুৱতী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উলাই অহাত দুই যুৱকে পলাই সাৰিবলৈ সক্ষম হয় ।এই ঘটনাৰ পিছতেই কিশোৰী গৰাকীৰ পৰিয়ালে উদালী আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ সংক্ৰান্তত ২ যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।এজাহাৰৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

BYTE: ভোক্তভোগী যুৱতী/মাতৃ/স্হানীয় ব্যক্তি/ৱাড মেম্বাৰ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.