ETV Bharat / state

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশন

author img

By

Published : Feb 7, 2021, 6:51 PM IST

হোজাই জিলাৰ কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে লংকা হাইস্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় ৷ কৰ্মচাৰী পৰিষদৰ লংকা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰা হয় অধিবেশনখনি ৷

27th Annual Session of labour union
হোজাই জিলা কৰ্মচাৰী পৰিসদৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশন

হোজাই, 7 ফেব্ৰুৱাৰী : হোজাই জিলাৰ কৰ্মচাৰী পৰিষদৰ ২৭ তম বাৰ্ষিক অধিবেশন দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অধিবেশনখনি কৰ্মচাৰী পৰিষদৰ লংকা আঞ্চলিক সমিতিৰ উদ্যোগত লংকা হাইস্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় ৷

এই উপলক্ষে আয়োজন কৰা সভাত হোজাই জিলা কৰ্মচাৰী পৰিসদৰ সভাপতি ফাইজ মহম্মদ বৰভূঞাই সভাপতিত্ব কৰে ৷ সভাত মুখ্য অতিথি হিচাপে বাসৱ চন্দ্ৰ কলিতা আৰু বিশিষ্ট অতিথি হিচাপে প্ৰদীপ দত্ত উপস্থিত থাকে ৷

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশন

উক্ত সভাত কর্মচাৰী সকলৰ সমস্যাৰ সন্দৰ্ভত আলোচনা কৰি আগন্তক দিনত সমস্যা সমাধানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে কৰ্মচাৰী পৰিষদৰ সদস্যসকলে ৷ ইয়াৰ লগতে সভাত হোজাই জিলাৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক : অচিৰেই মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.