হাইলাকান্দি, 29 মে': হাইলাকান্দি চহৰৰ মাজমজিয়াত দিনদুপৰতে ডকাইটি কাণ্ড ৷ গাড়ীৰ ভিতৰত থকা ব্যক্তিৰ পৰা টকাৰ বেগ লৈ যায় দুজনীয়া দুৰ্বৃত্তৰ দলে ৷ উল্লেখ্য যে, মঙলবাৰে দুপৰীয়া হাইলাকান্দিৰ এন এছ ৰোডেৰে আইনুল আলি নামৰ ব্যক্তি গৰাকীয়ে এছবিআইৰ পৰা 2 লাখ 30 হাজাৰ টকা উলিয়াই অটো ৰিস্কাৰে ঘৰলৈ উভতি যোৱা সময়তে বাইকেৰে অহা দুজনীয়া দুৰ্বত্তৰ এটি দলে ব্যক্তিগৰাকীৰ পৰা বেগ কাঢ়ি উধাও হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
হাইলাকান্দিত দিন-ডকাইটিঃ ব্যৰ্থ আৰক্ষী! - অসম নিউজ
হাইলাকান্দি চহৰৰ মাজমজিয়াত দিনদুপৰতে ডকাইটি কাণ্ড ৷ গাড়ীৰ ভিতৰত থকা ব্যক্তিৰ পৰা টকাৰ বেগ উধাও দুজনীয়া দুৰ্বৃত্তৰ দল
হাইলাকান্দিত দিনদুপৰতে সংঘটিত ডকাইটি
হাইলাকান্দি, 29 মে': হাইলাকান্দি চহৰৰ মাজমজিয়াত দিনদুপৰতে ডকাইটি কাণ্ড ৷ গাড়ীৰ ভিতৰত থকা ব্যক্তিৰ পৰা টকাৰ বেগ লৈ যায় দুজনীয়া দুৰ্বৃত্তৰ দলে ৷ উল্লেখ্য যে, মঙলবাৰে দুপৰীয়া হাইলাকান্দিৰ এন এছ ৰোডেৰে আইনুল আলি নামৰ ব্যক্তি গৰাকীয়ে এছবিআইৰ পৰা 2 লাখ 30 হাজাৰ টকা উলিয়াই অটো ৰিস্কাৰে ঘৰলৈ উভতি যোৱা সময়তে বাইকেৰে অহা দুজনীয়া দুৰ্বত্তৰ এটি দলে ব্যক্তিগৰাকীৰ পৰা বেগ কাঢ়ি উধাও হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
Slug: হাইলাকান্দি চহৰৰ মাজমজিয়াতে টকা ছিনতাই
হাইলাকান্দি,
O/C : হাইলাকান্দিৰ State Bank of India -ৰ এক গ্ৰাহকৰ টকা ছিনতাই কৰি লৈ গলে দুই দুষ্কৃতিকাৰীয়ে । এই ঘটনা সংঘটিত হাইলাকান্দি চহৰৰ মাজমজিয়াৰ এন এস ৰোডত । আইনুল আলি নামৰ এজন ব্যক্তিয়ে State Bank of India -ৰ হাইলাকান্দি শাখাৰ পৰা দুই লক্ষ তিরিশ হেজাৰ টকা তুলি ঘৰত উভতি আছিল । এখন অটো ৰিস্কা লৈ উভতি যোৱাৰ সময় মটরসাইকেল লৈ অহা দুই দুষ্কৃতিকাৰীয়ে আইনুল আলিৰ পৰা টকাৰ ব্যাগ কড়ি লৈ উধাও হয়। এইলৈ হুয়াধুয়াৰ সৃষ্টি হলে আৰক্ষী আহি উপস্থিত হয়। কিন্তু এতিয়ালৈকে ছিনতাইবাজৰ সন্ধান ওলোৱাব পৰা নাই আৰক্ষীয়ে । আৰু টকাখিনিও উদ্ধাৰ হোৱা নাই ।