ETV Bharat / state

বিধায়ক নিজাম উদ্দিন চৌধুৰীক ৰাইজে ধিক্কাৰ দিলে কিয় ? - আলগাপুৰ সমষ্টিৰ AIUDF ৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী

আলগাপুৰ সমষ্টিৰ AIUDF ৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে লক ডাউন নিৰ্দেশাৱলী উলংঘা কৰি সমষ্টিৰ ৰাইজৰ মাজত বিতৰণ কৰিছে ধন ৷ বিধায়কৰ ধন ল'বলৈ হেতা-ওপৰা কৰিছে ৰাইজে ৷ ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন মহল ৷

ETV BHARAT
বিধায়ক নিজাম উদ্দিন চৌধুৰীক ৰাইজে ধিক্কাৰ দিলে কিয় ?
author img

By

Published : May 25, 2020, 10:56 AM IST

হাইলাকান্দি, 25 মেঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লোকে এতিয়া দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিছে কৰ'ণা ভাইৰাছৰ প্ৰতিহত কৰাত ৷ কিন্তু হাইলাকান্দিৰ আলগাপুৰত দেখা গ'ল বিপৰীত দৃশ্য ৷

বিধায়ক নিজাম উদ্দিন চৌধুৰীক ৰাইজে ধিক্কাৰ দিলে কিয় ?

আলগাপুৰ সমষ্টিৰ AIUDF ৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে লক ডাউন ব্যৱস্থা উলংঘা কৰি সমষ্টিৰ ৰাইজৰ মাজত বিতৰণ কৰিছে ধন ৷ বিধায়কৰ ধন নিবলৈ সমষ্টিৰ ৰাইজে হেতা-ওপৰা লগোৱা দেখা পোৱা গৈছে ৷ উপস্থিত ৰাইজৰ মাজত নাই কোনো সামাজিক দূৰত্ব ৷ কোনো এজনে পৰিধান কৰা নাই মাস্ক ৷ বিধায়কৰ এনে কৰ্ম দেখি এতিয়া চকু কঁপালত উঠিছে একাংশ সচেতন ৰাইজৰ ৷ বিধায়কৰ এনে কাণ্ড জ্ঞানহীন কৰ্মৰ বাবে স্থানীয় ৰাইজে তীব্ৰ ধিক্কাৰ আৰু গৰিহণা দিয়াৰ উপৰিও বিধায়কজনৰ বিৰুদ্ধে অতি শীঘ্ৰে প্ৰশাসনে বিহিত ব্যবস্থা লোৱাৰ দাবী জনাইছে ৷

লগতে পঢ়ক- কামৰ গাফিলতিৰ বাবেই নিলম্বন হাৰেংগাজাও থানাৰ আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.