হাইলাকান্দি, 15 অক্টোবৰঃ হাইলাকান্দিত কৃষক মুক্তিৰ ৰে'ল অৱৰোধ কাৰ্যসূচী ৷ বৰাকৰ পৰা 'ডেমো ৰে'ল' চলোৱাৰ দাবীত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । হাইলাকান্দি ৰেল ষ্টেচনত 'শিলচৰ 'ভৈৰৱী' নামৰ ৰে'লখন অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী যে অহা এসপ্তাহৰ ভিতৰত বৰাকৰ বাবে দুখন 'ডেমো ৰে'ল' চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ কিছু সময় অৱৰোধৰ পিছত ৰে'ল আৰক্ষীয়ে অৱৰোধ মুক্ত কৰি ৰেলৰ চলাচল স্বাভাৱিক কৰে ৷
'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ - কৃষক মুক্তি সংগ্ৰাম সমিতি
বৰাকৰ পৰা 'ডেমো ৰে'ল' চলোৱাৰ দাবীত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ
হাইলাকান্দি, 15 অক্টোবৰঃ হাইলাকান্দিত কৃষক মুক্তিৰ ৰে'ল অৱৰোধ কাৰ্যসূচী ৷ বৰাকৰ পৰা 'ডেমো ৰে'ল' চলোৱাৰ দাবীত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । হাইলাকান্দি ৰেল ষ্টেচনত 'শিলচৰ 'ভৈৰৱী' নামৰ ৰে'লখন অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী যে অহা এসপ্তাহৰ ভিতৰত বৰাকৰ বাবে দুখন 'ডেমো ৰে'ল' চলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ কিছু সময় অৱৰোধৰ পিছত ৰে'ল আৰক্ষীয়ে অৱৰোধ মুক্ত কৰি ৰেলৰ চলাচল স্বাভাৱিক কৰে ৷
'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ
'ডেমো ৰে'ল' চলোৱাৰ দাবীত হাইলাকান্দিত ৰে'ল অৱৰোধ কৃষক মুক্তিৰ
Intro:Slug:-হাইলাকান্দি কৃষক মুক্তিৰ ৰেল ৰোখ আন্দোলন।
Body:O/C:- বৰাকৰ পৰা ডেমো ট্ৰেন চালুৰ দাবিত আজি সন্ধিয়া হাইলাকান্দিতে ৰেল অবৰোধ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । শিলচৰ 'ভৈৰৱী ৰেল হাইলাকান্দি ৰেল ষ্টেচনত অহাৰ লগে লগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ৰেল অবৰোধ কৰি স্লোগান দেয়। তেওঁলোকে অহা এক সপ্তাহৰ ভিতৰত বৰাকৰ বাবে দুখন ডেমো ট্ৰেন চালুৰ দাবী জনায়। কিছু সময় অবৰোধ চলোৱাৰ পিছত ৰেল আৰক্ষীয়ে অবৰোধ মুক্ত কৰি ৰেলৰ চলাচল স্বাভাবিক হয়।।Conclusion: