ETV Bharat / state

21 বছৰ ধৰি বিদ্যালয়ত অনুপস্থিত থাকি অভিলেখ শিক্ষয়িত্ৰীৰ - ৪৮৭ নম্বৰ বন্দুকমাৰা আৰ এ প্ৰাথমিক বিদ্যালয়

হাইলাকান্দি জিলাৰ ৪৮৭ নম্বৰ বন্দুকমাৰা আৰ এ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আলেয়‍া বানু লস্কৰে গঢ়িছে অভিলেখ ৷ এই অভিলেখ হৈছে বিদ্যালয়ত অনুস্থিতিত থকাৰ ক্ষেত্ৰত ৷ বিগত 21 বছৰ ধৰি বিদ্যালয়ত অনুপস্থিত থাকি অভিলেখ গঢ়িছে শিক্ষয়িত্ৰী গৰাকীয়ে ৷

21 বছৰ ধৰি বিদ্যালয়ত অনুপস্থিত থাকি অভিলেখ শিক্ষয়িত্ৰীৰ
author img

By

Published : Aug 29, 2019, 7:36 PM IST

হাইলাকান্দি, 29 আগষ্টঃ হাইলাকান্দি জিলাৰ ৪৮৭ নম্বৰ বন্দুকমাৰা আৰ এ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আলেয়‍া বানু লস্কৰে গঢ়িছে অভিলেখ ৷ এই অভিলেখ হৈছে বিদ্যালয়ত অনুপস্থিত থকাৰ ক্ষেত্ৰত ৷ 21 বছৰ ধৰি বিদ্যালয়ত অনুপস্থিত থাকি অভিলেখ গঢ়িছে শিক্ষয়িত্ৰী গৰাকীয়ে ৷ 1998 চনতে চৰকাৰী ভাৱে বিদ্যালয়খনত তেওঁ শিক্ষকয়িত্ৰী হিচাপে নিযুক্তি পাইছিল যদিও চাকৰিত যোগদান কৰাৰ পাছত এদিনৰ বাবে হ'লেও বিদ্যালয় খনত উপস্থিত নহ'ল ৷

উল্লেখযোগ্য যে, ২০১৭ চনত গুণোৎসৱৰ সময়ত বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল যদিও দুমাহৰ পাছত তেওঁ পুনৰ চাকৰি লাভ কৰিছিল ৷ কিন্তু ইমানৰ পিছতো আজি লৈকে বিদ্যালয়ত উপস্থিত নহ'ল শিক্ষয়িত্ৰী গৰাকী ৷ এতিয়া শিক্ষয়িত্ৰী গৰাকীৰ এনে কাণ্ডৰ বিৰুদ্ধে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷

Intro:SLUG :: অভিলেখ সৃষ্টি কৰি ২১ বছৰৰ পৰা বিদ্যালয়ত অনুপস্হিত শিক্ষক (!)

Body:O/C :: দীৰ্ঘ ২১ বছৰৰ পৰা বিদ্যালয়ৰ মুখ দেখ‍া নাই এজনী শিক্ষিক‍ায়। শুনাত আচৰিত লাগা এই ঘটন‍া হাইলাক‍ান্দি জিলাৰ। জিলাখনৰ ৪৮৭ নম্বৰ বন্দুকমাৰা আৰ এ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আলেয়‍া বানু লস্কৰে সৃষ্টি কৰিছে এই অভিলেখ।

Conclusion:V/O :: ৰাজ্যৰ বিদ্যালয় সমূহত শিক্ষকক নিয়মিত উপস্হিত কৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লৈছে বিভিন্ন পন্থা। কিন্তু সকলো প্ৰচেষ্টাৰ পিছতো বিদ্যালয়লৈ নাহে একাংশ শিক্ষক। দীৰ্ঘ ২১ বছৰৰ পৰা বিদ্যালয়ত অনুপস্হিত থাকি এনেই এজন শিক্ষকে সৃষ্টি কৰিছে এক অভিলেখ (?) অভিলেখ সৃষ্টি কাৰি এইগৰাকী হাইলাকান্দি জিলাৰ ৪৮৭ নম্বৰ বন্দুকমাৰা আৰ এ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আলেয়‍া বানু লস্কৰ। ১৯৯৮ সনত চাকৰি লাভ কৰাৰ পিছৰ পৰা এদিনৰ বাবেও তেওঁ উপস্হিত হোৱা নাই বিদ্যালয়ত। কাৰন তেওঁৰ স্বামী হেনু হাইলাক‍ান্দিৰ শিক্ষ‍া বিভাগত কনিষ্ঠ সহায়ক হিচ‍বে কৰ্মৰত। বিদ্যালয়ৰ প্ৰধান শিক্ষকে ২০০৮ স‍নত বিদ্যালয়ত যোগদান কৰাৰ পিছৰ পৰাই দেখা নাই শিক্ষয়িত্ৰী গৰাকীক। ২০১৭ সনত অনুষ্ঠিত গুনোৎসবৰ সময়ত বিদ্যালয়ত অনুপস্হিত থকাৰ বাবে চাকুৰিৰ পৰা নিলম্বিত কৰা হৈছিল তেওঁক কিন্তু দুমাহ পিছতে পুনৰ বহাল হৈছিল চাকুৰী। কিন্তু ইমানৰ পিছতো আজি লৈকে বিদ্যালয়লৈ নাহিলে এইজন শিক্ষয়িত্ৰী। পিছে এই অভিলেখ সৃষ্টি কাৰি শিক্ষয়িত্ৰীৰ বিৰুদ্ধত কি ব্যাবস্থা লয় শিক্ষা বিভাগে এয়া হব লক্ষনীয়।

######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.