ETV Bharat / state

এখন আজৱ বিদ্যালয় : ছাত্ৰ-ছাত্ৰীয়ে চিনি নাপাই শিক্ষকক - ইব্ৰাহিম আলী প্ৰধান শিক্ষক

হাইলাকান্দিৰ 29 নং গুমৰুকেৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধুমকেতুৰ দৰে ৷ উপস্থিত নাথাকে বিদ্যালয়ত ৷ প্ৰধান শিক্ষকৰ অনিয়মানুৱৰ্তীতাত এতিয়া ক্ষুণ্ণ অভিভাৱক সকল ৷

হাইলাকান্দিৰ এখন আজৱ বিদ্যালয়, ছাত্ৰ ছাত্ৰীয়ে চিনি নাপাই শিক্ষকক
author img

By

Published : Sep 26, 2019, 7:40 PM IST

হাইলাকান্দি, 26 ছেপ্টেম্বৰ : হাইলাকান্দিৰ এখন আজৱ বিদ্যালয় ৷ নিজৰেই শিক্ষকক চিনি নাপাই বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ কিয়নো বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী ঠিকেই আহে, কিন্তু নাহে শিক্ষক ৷ হাইলাকান্দিৰ 29 নং গুমৰুকেৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত হৈছে এই আজৱ কাণ্ড ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলীয়ে ধুমকেতুৰ দৰে কেতিয়াবাহে দেখা দিয়ে বিদ্যালয়ত ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ একাংশই প্ৰধান শিক্ষকৰ নাম নজনাৰ বিপৰীতে আন একাংশৰ ছাৰকেই দেখা পোৱাৰ সৌভাগ্য হোৱা নাই ৷

হাইলাকান্দিৰ এখন আজৱ বিদ্যালয়, ছাত্ৰ ছাত্ৰীয়ে চিনি নাপাই শিক্ষকক

প্ৰধান শিক্ষক ইব্ৰাহিম আলীৰ অনিয়মানুৱৰ্তীতাত এতিয়া ক্ষুণ্ণ হৈ পৰিছে অভিভাৱক সকল ৷ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ হেতালি খেলা এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগ তথা প্ৰশাসনে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপিত হৈছে ৷ ইয়াৰোপৰি বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনো প্ৰদান নকৰে বুলি অভিভাৱক সকলে অভিযোগ কৰিছে ৷

লগতে চাওক, বিকশিত অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ !

Intro:NEWS Silchar 26 September হাইলাকান্দি জিলাৰ অনুন্নত বক্ৰিহাওয়ৰ ৭ম খণ্ডত থকা ২৯নং গুমৰুকেৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলি অমাৱস্যাৰ জোনৰ নিচিনা, Body:NEWS Silchar 26 September হাইলাকান্দি জিলাৰ অনুন্নত বক্ৰিহাওয়ৰ ৭ম খণ্ডত থকা ২৯নং গুমৰুকেৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলি অমাৱস্যাৰ জোনৰ নিচিনা, কেতিয়াবা কেতিয়াবা ধুমকেতুৰ দৰে স্কুলত উদয় হয়। স্কুলৰ কনকন ছাত্ৰ ছাত্ৰী সকলে হেড মাস্টাৰ জনক দেখিবলৈ নাপায়, বহুতে নামটোৱেও নাজানে । যি বোৰ ছাত্ৰ ছাত্ৰী তেওঁক চিনি পায় তেওঁ লোকে যোৱা কেই দিনত তেওঁক দেখা পোৱা নাই বুলি জানিব দিছে । ---- বাইট

হেড স্যাৰৰ এই অনুপস্থিতি লৈ অভিভাৱক সকলো ক্ষুব্ধ । তেওঁ কয়, এই শিক্ষক জন প্ৰায়েই স্কুলত না আহে । স্কুলৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰায়েই মধ্যাহ্নভোজণ নিদিয়ে বুলি তেওঁ অভিযোগ কৰিছে । ---- বাইটConclusion:NEWS Silchar 26 September হাইলাকান্দি জিলাৰ অনুন্নত বক্ৰিহাওয়ৰ ৭ম খণ্ডত থকা ২৯নং গুমৰুকেৰপাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইব্ৰাহিম আলি অমাৱস্যাৰ জোনৰ নিচিনা, কেতিয়াবা কেতিয়াবা ধুমকেতুৰ দৰে স্কুলত উদয় হয়। স্কুলৰ কনকন ছাত্ৰ ছাত্ৰী সকলে হেড মাস্টাৰ জনক দেখিবলৈ নাপায়, বহুতে নামটোৱেও নাজানে । যি বোৰ ছাত্ৰ ছাত্ৰী তেওঁক চিনি পায় তেওঁ লোকে যোৱা কেই দিনত তেওঁক দেখা পোৱা নাই বুলি জানিব দিছে । ---- বাইট

হেড স্যাৰৰ এই অনুপস্থিতি লৈ অভিভাৱক সকলো ক্ষুব্ধ । তেওঁ কয়, এই শিক্ষক জন প্ৰায়েই স্কুলত না আহে । স্কুলৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰায়েই মধ্যাহ্নভোজণ নিদিয়ে বুলি তেওঁ অভিযোগ কৰিছে । ---- বাইট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.