ETV Bharat / state

কোৱাৰেন্টাইন চেন্টাৰৰ পৰা মুকলি হাইলাকান্দিৰ এটা পৰিয়াল

author img

By

Published : Apr 28, 2020, 1:45 PM IST

৭ মাৰ্চত ফয়জুল হক বৰভূঁঞাৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পোলোৱাৰ পিছত তেখেতক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় ৷ ইয়াৰ পিছতেই ৮ মাৰ্চত সম্পূৰ্ণ বৰজুৰাই গাঁও ছীল কৰি দিয়াৰ লগতে তেখেতৰ পৰিয়ালৰ ৫ জন সদ্যসক ২৪ দিনৰ ভাবে হাইলাকান্দি ‘Distric Institution Education & Training Center’ত কোৱাৰেন্টাইনত ৰখা হয় ৷

Family got release from Quarantine center at Hailakandi
কোৱাৰেন্টাইন চেন্টাৰৰ পৰা মুকলি হাইলাকান্দিৰ এটা পৰিয়াল

হাইলাকান্দি, 28 এপ্ৰিলঃ হাইলাকান্দি জিলা প্ৰশাসনে কোৱাৰেন্টাইন চেন্টাৰৰ পৰা মুকলি কৰি দিয়ে এটা পৰিয়ালক ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ফয়জুল হক বৰভূঁঞাৰ পৰিয়ালটোক সোমবাৰে মুকলি কৰি দিয়া হয় কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ৷ উল্লেখ্য যে, ৭ মাৰ্চত ফয়জুল হক বৰভূঁঞাৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পোলোৱাৰ পিছত তেখেতেক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় ৷ ইয়াৰ পিছতেই ৮ মাৰ্চত সম্পূৰ্ণ বৰজুৰাই গাঁও ছীল কৰি দিয়াৰ লগতে তেখেতৰ পৰিয়ালৰ ৫ জন সদ্যসক ২৪ দিনৰ ভাৱে হাইলাকান্দি ‘Distric Institution Education & Training Center’ত কোৱাৰেন্টাইনত ৰখা হয় ৷

Family got release from Quarantine center at Hailakandi
মুকলি হোৱা পৰিয়ালটোৰ সদস্য

সোমবাৰে আটাইকেইগৰাকীকে হাত চাপৰি বজাই লগতে ফল-মূল আদি দি মুকলি কৰি দিয়া হয় কোৱাৰেন্টাইন চেন্টাৰটোৰ পৰা ৷ আনহাতে, সোমবাৰৰ পৰা তেওঁলোকক 14 দিনৰ বাবে হোম কোৱাৰেন্টাইনত ৰাখিব বুলি জানিবলৈ দিয়ে হাইলাকান্দি জিলা প্ৰশাসনে ৷

কোৱাৰেন্টাইন চেন্টাৰৰ পৰা মুকলি হাইলাকান্দিৰ এটা পৰিয়ালক

লগতে পঢ়ক-মন্ত্ৰী যোগেন মহনৰ পাঁচ গৃহৰক্ষীক কোৱাৰেন্টাইনলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.