ETV Bharat / state

আছুৰ উদ্যোগত হাইলাকান্দিত সম্বৰ্ধনা অনুষ্ঠান - হাইলাকান্দি জিলা ছাত্ৰ সন্থাৰ সভাপতি আমজাদ হুচেইন লস্কৰ

নিজৰ জীৱনক তুচ্ছ কৰি, অহৰহ নিজৰ দায়িত্বত ব্ৰতী হৈ থকা জৰুৰীকালীন সেৱাত নিবৃত লোকসকলক, মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ হাইলাকান্দি সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।

aasu felicitate corona warriors in hailakandi

author img

By

Published : May 12, 2020, 7:01 PM IST

হাইলাকান্দি, 12 মে': মঙলবাৰে হাইলাকান্দিৰ আঞ্চলিক আছুৰ উদ্যোগত আৰক্ষী, সংবাদকৰ্মী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয় । লক্ ডাউনৰ মাজত সামাজিক দূৰত্ব বৰ্তাই ৰাখি এই কাৰ্যসূচী অনুষ্ঠিত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ হাইলাকান্দি সমিতিয়ে ।

আছুৰ উদ্যোগত হাইলাকান্দিত সম্বৰ্ধনা অনুষ্ঠান

COVID-19ৰে জৰ্জৰিত এই সংকট কালত নিজৰ জীৱনক তুচ্ছ কৰি, অহৰহ নিজৰ দায়িত্বত ব্ৰতী হৈ থকা জৰুৰীকালীন সেৱাত নিবৃত লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে । সদৌ হাইলাকান্দি জিলা ছাত্ৰ সন্থাৰ সভাপতি আমজাদ হুচেইন লস্কৰৰ নেতৃত্বত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়কঃ ডুমডুমা প্ৰেছ ক্লাৱৰ উদ্যোগত COVID-19 সজাগতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.