ETV Bharat / state

মেৰাপানীত বিচনা তলত বনৰজা - বিচনা তলত বাঘ

মেৰাপানীত দিনতে বাঘে আশ্ৰয় ল'লে গৃহস্থৰ ঘৰত ৷ কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ ৷

মেৰাপানীত বিচনা তলত বনৰজা
author img

By

Published : Apr 26, 2019, 9:19 PM IST

Updated : Apr 28, 2019, 4:54 PM IST

গোলাঘাট , 26 এপ্ৰিল : গোলাঘাটৰ মেৰাপানীত দিনতেই মানুহৰ ঘৰত সোমাল নাহৰফুটুকী বাঘ। কথমপি ৰক্ষা পৰিল পৰিয়ালৰ সদস্যৰ।

মেৰাপানীত বিচনা তলত বনৰজা

লগতে পঢ়ক : সোণাপুৰত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী

গোলাঘাট জিলাৰ মেৰাপানী 3 নং গমাৰিত বাঘৰ আতংক। দিনতে বাঘে আশ্ৰয় ললে গৃহস্থৰ ঘৰত। 3 নং গমাৰিৰ বিষ্ণু দাসৰ ঘৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে মানুহৰ ওপৰৰে জপিয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। অকস্মাত বাঘটো ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বিষ্ণু দাস আৰু তেওঁৰ পৰিয়ালৰ। স্থানীয় ৰাইজৰ সন্দেহ মেৰাপানী সমীপৰ নগা পাহাৰৰ পৰা অসমৰ জনবসতি অঞ্চলত প্ৰৱেশ কৰিছে বাঘটোৱে। নাহৰফুটুকী টোৱে অঞ্চলটোত চলোৱা সন্ত্ৰাসৰ ফলত আতংকিত হৈ পৰিছে গাঁওবাসী । নিশাৰ ভাগত কাজিৰঙাৰ পৰা অহা বিশেষজ্ঞৰ দলে ট্ৰেংকুলাইজ কৰি কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী সংস্থালৈ লৈ যায় বাঘটো ৷

Intro:গোলাঘাটৰ মেৰাপানীত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। দিনতেই মানুহৰ ঘৰত সোমাল নাহৰফুটুকী বাঘ। কথমপি ৰক্ষা পৰিল পৰিয়ালৰ সদস্য। বৰ্তমানেও ঘৰতে আৱদ্ধ হৈ আছে বাঘটো।Body: গোলাঘাট জিলাৰ মেৰাপানী ৩ নং গমাৰিত বাঘৰ আতংক। দিনতে বাঘে আশ্ৰয় ললে গৃহস্থৰ ঘৰত। ৩ নং গমাৰিৰ বিষ্ণু দাসৰ ঘৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে মানুহৰ ওপৰৰে জপিয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। অকস্মাত বাঘে ঘৰৰ ভিতৰত সোমাই যোৱাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বিষ্ণু দাস আৰু তেওঁৰ পৰিয়ালৰ। স্থানীয় ৰাইজৰ সন্দেহ মেৰাপানী সমীপৰ নগা পাহাৰৰ পৰা অসমৰ জনবসতি অঞ্চলত প্ৰৱেশ কৰিছে বাঘটোৱে। নাহৰফুটুকী টোৱে অঞ্চলটোত চলোৱা সন্ত্ৰাসৰ ফলত আতংকিত হৈ পৰিছে গাঁওবাসী। ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও এই পৰ্যন্ত বাঘ টোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমানেও ব্যক্তিজনৰ ঘৰতে আৱদ্ধ হৈ আছে নাহৰফুটুকীটো।
Byte 1: স্থানীয় ব্যক্তি।Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT , অসম
Last Updated : Apr 28, 2019, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.