ETV Bharat / state

ঐতিহ্যমণ্ডিত নুমলী কুঁৱৰী গঁড়ত ONGC ৰ বুলডজাৰঃ দল-সংগঠনৰ প্ৰতিবাদ - অইল ইণ্ডিয়া

গোলাঘাটত অইল ইণ্ডিয়াৰ পাইপ স্থাপনৰ বাবে আৰম্ভ কৰা খনন কাৰ্যই সংকট নমাই আনিছে, বুৰঞ্জী প্ৰসিদ্ধ নুমলী কুঁৱৰীৰ গড়ৰ লগতে সেই স্থানতে থকা হস্তী দণ্ডীলৈ ৷

the historical numali konwari rampart is in danger
the historical numali konwari rampart is in dangerthe historical numali konwari rampart is in danger
author img

By

Published : Jun 17, 2020, 12:52 PM IST

গোলাঘাট, 17 জুনঃ এইবাৰ কছাৰী ৰাজ্যৰ স্বাক্ষৰ বহনকাৰী নুমলী কোঁৱৰীৰ গড় খান্দি নোহোৱা কৰিছে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই ৷ অভিযোগ অনুসৰি ঐতিহ্যমণ্ডিত গড়টো দ্বি খণ্ডিত কৰি অইল ইণ্ডিয়াই সেই স্থানত স্থাপন কৰিছে পাইপলাইন ৷ যাক লৈ এতিয়া ক্ষোভত হৈ পৰিছে আছু, আটছা, এ জে ৱাই চি পিকে ধৰি বহুকেইটা দল-সংগঠন আৰু স্থানীয় ৰাইজ ৷

সংকটৰ গৰাহত গোলাঘাটৰ ঐতিহ্যমণ্ডিত নুমলী কুঁৱৰী গঁড়

উল্লেখ্য যে, যি স্থানত অইল কপৰ্তৃপক্ষই পাইপ বঢ়োৱাৰ নামত খনন কাৰ্য আৰম্ভ কৰিছে, সেই স্থানতে আছিল এটা হস্তী দণ্ডীও ৷ যাৰ বাবে এতিয়া বন্যহস্তীৰ অহা-যোৱাৰ কৰাৰ ক্ষেত্ৰতো আহি পৰিছে বিপদ ৷ প্ৰশাসনৰ সন্মুখতে কৰা অইল ইণ্ডিয়াৰ এই কাৰ্যক লৈ এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়কঃ প্ৰসংগ: সেনাৰ অত্যাচাৰত নিৰীহ যুৱক মৃত্যু, গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.