ETV Bharat / state

অগ্নিগৰ্ভা অসম: গোলাঘাটত আৰক্ষীৰ শূণ্যলৈ গুলিচালনা

author img

By

Published : Dec 12, 2019, 7:08 PM IST

ৰাজ্যত অধিক তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন ৷ গোলাঘাটত উত্তাল পৰিস্থিতি ৷

অগ্নিগৰ্ভা অসম: গোলাঘাটত আৰক্ষীৰ শূণ্যলৈ গুলিচালনা
অগ্নিগৰ্ভা অসম: গোলাঘাটত আৰক্ষীৰ শূণ্যলৈ গুলিচালনা
  • অব্যাহত আছে কেব বিৰোধী আন্দোলন
  • গোলাঘাটৰ তেতেলীতলত তিনি দিশৰ পৰা অহা বিশাল প্ৰতিবাদকাৰীদলক ওভটাই পঠাই আৰক্ষী প্ৰশাসনে
  • সন্ধিয়া আৰ এছ এছৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে দুস্কৃতিকাৰীয়ে
  • দুস্কৃতিকাৰীক চত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালান কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে
  • দৈগ্ৰোঙতো প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে
  • বৰ্তমান পৰিস্থিতি কিছু শাম কাটিছে গোলাঘাটত

আৰু পঢ়ক: ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত কেব বিৰোধী প্ৰতিবাদ

Intro:Body:

golaghat police blank fire 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.