ETV Bharat / state

ৰাজনীতি এৰিলে ৰূপজ্যোতিয়ে; ক'লে কংগ্ৰেছৰ লেবেল লগাই মৰিব লাগিব !

author img

By

Published : Oct 25, 2019, 5:06 PM IST

Updated : Oct 25, 2019, 6:51 PM IST

মোক মেল-মিটিং , ৰাজনৈতিক প্ৰচাৰ অভিযানত দেখা নাপাব

17:05 October 25

''কংগ্ৰেছে চাৰিটা সমষ্টিৰ নিৰ্বাচনত হাৰিলে ৰাজনীতি ত্যাগ কৰিম বুলি কোৱাটো এটা মিছা কথা আছিল''

''মোক মেল-মিটিং , ৰাজনৈতিক প্ৰচাৰ অভিযানত দেখা নাপাব''

মৰিয়নী, 25 অক্টোবৰঃ মৰিয়নীৰ কংগ্ৰেছ  বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল ৷ ৰাজনীতি এৰাৰ ঘোষণা ৰূপজ্যোতিৰ ৷ 

সংবাদমেলত ৰূপজ্যোতিয়ে কয়, 

  1. ৰাজনীতি এৰিম বুলি মিছা মাতিছিলো 
  2. কংগ্ৰেছে চাৰিটা সমষ্টিৰ নিৰ্বাচনত হাৰিলে ৰাজনীতি ত্যাগ কৰিম বুলি কোৱাটো এটা মিছা কথা আছিল
  3. কংগ্ৰেছী কৰ্মী মনোবল বৃদ্ধিৰ বাবেহে মিছা  মাতিছিলো 
  4. কংগ্ৰেছ দলত আছো,  লেবেল লাগি আছে কংগ্ৰেছতে মৰিব লাগিব 
  5. বিধায়ক হৈ থাকিম, মই মৰিয়নীৰ ৰাইজৰ লগত আছো 
  6. সক্ৰিয় ৰাজনীতি ত্যাগ কৰিছো, বিধায়কৰ পদৰ পৰা পলোৱা নাই 
  7. মোক মেল-মিটিং , ৰাজনৈতিক প্ৰচাৰ অভিযানত দেখা নাপাব  

Intro:Body:

  • কথা ম'তেই কাম ়

  •          
  • সক্ৰিয় ৰাজনীতি এৰিলে ৰূপজ্যোতি কুৰ্মীয়ে 

  •          
  • উপ-নিৰ্বাচনত কংগ্ৰেছে চাৰিখন আসন নাপালে ৰাজনীতি এৰাৰ কথা দিছিল কুৰ্মীয়ে

  •          
  • নিজৰ কথা ৰখা বুলি ক'লে ৰূপজ্যোতিয়ে

Conclusion:
Last Updated : Oct 25, 2019, 6:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.