ETV Bharat / state

গোলাঘাটৰ পেট্ৰল পাম্পত ডকাইটি:ডকাইতে লুটিলে 2 লাখ টকা

author img

By

Published : Dec 20, 2019, 1:53 PM IST

গোলাঘাটৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মাটিখোলাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি৷ বৰপথাৰৰ ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ মালিকানাধীন মাটিখোলাত অৱস্থিত পেট্ৰল পাম্পটোত সংঘটিত হয় এই ডকাইতি কাণ্ডটো৷

গোলাঘাটৰ পেট্ৰল পাম্পত ডকাইটি:ডকাইটে লুটিলে 2 লাখ টকা

গোলাঘাট, 20 ডিচেম্বৰ: গোলাঘাটৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মাটিখোলাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি ৷ বৰপথাৰৰ ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ মালিকানাধীন মাটিখোলাত অৱস্থিত পেট্ৰল পাম্পটোত সংঘটিত হয় এই ডকাইতিৰ ঘটনা ৷ দুখনকৈ নম্বৰপ্লেট বিহীন মটৰ চাইকেলত অহা চাৰিজনীয়া অস্ত্ৰধাৰী এটা দলে লুটি নিয়ে দুইলাখতকৈও অধিক ধন ৷ ৰাজ্যজুৰি CAA বিৰোধী আন্দোলনৰ মাজতে সংঘটিত হোৱা এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

তথ্য অনুসৰি, পেট্ৰল পাম্পত তেল ভৰোৱাৰ পাচত যুৱককেইজনে পিষ্টল দেখুৱাই পাম্পৰ কৰ্মচাৰীকেইজনৰ ম'বাইল আৰু কেচবক্সৰ চাবি কাঢ়ি লয় ৷ ডকাইত কেইজনে লগত এখন গ্লেমাৰ আৰু এখন হণ্ডা চাইন মটৰচাইকেল লৈ আহিছিল ৷ যুৱককেইজনৰ মাজত এজন নগাভাষী যুৱক আছিল বুলি জানিব পৰা গৈছে ৷

গোলাঘাট আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে।

Intro: গোলাঘাটৰ ঘিলাধাৰী থানাৰ অন্তৰ্গত মাটিখোলাত যোৱা নিশা সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি।বৰপথাৰৰ ব্যৱসায়ী প্ৰদীপ বৰবৰাৰ মালিকানাধীন মাটিখোলাত অৱস্থিত পেট্ৰল পাম্পটোত সংঘটিত হয় এই ডকাইতি কাণ্ড। দুখনকৈ নম্বৰবিহীন মটৰ চাইকেলত অহা চাৰিজনীয়া অস্ত্ৰধাৰী দলে লুটি নিলে দুইলাখতকৈ অধিক ধন। ৰাজ্যজুৰি CAAবিৰোধী আন্দোলনৰ মাজতে সংঘটিত এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। তথ্য অনুসৰি, পেট্ৰল পাম্পত তেল ভৰোৱাৰ পাচত যুৱককেইজনে পিষ্টল দেখুৱাই পাম্পৰ কৰ্মচাৰীকেইজনৰ ম'বাইল আৰু কেচবক্সৰ চাবি কাঢ়ি লয়। ডকাইতৰ দলটোৱে এখন গ্লেমাৰ আৰু এখন হ'ণ্ডা চাইন মটৰচাইকেল লৈ অহাৰ লগতে এজন নগাভাষী যুৱকো আছিল বুলি কৰ্মচাৰী কেইজনে জানিবলৈ দিছে। গোলাঘাট আৰক্ষীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে।

Body:Byte : পেট্ৰল পাম্পৰ কৰ্মচাৰী
Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.