ETV Bharat / state

গোলাঘাটত চৰম পৰ্যায়ত হাতী মানুহৰ সংঘাত

author img

By

Published : Oct 19, 2019, 10:03 PM IST

দিনৰ ভাগতো নুমলীগড়ৰ মৰঙী অঞ্চলৰ মানুহৰ বাৰীত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ দলে ৷ নুমলীগড়ৰ,মৰঙী,ঢলাগুৰি চাহ বাগিছা,গোবিনপুৰ চাহ বাগিচা ,শ্যামৰাইপুৰ,চাহবাগিচা,মুৰফুলনী,নাহৰবাৰী আদি অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷

গোলাঘাটত চৰম পৰ্যায়ত হাতী মানুহৰ সংঘাত

গোলাঘাট,19 অক্টোবৰঃ বন্যহস্তীৰ উপদ্ৰপে টোপনি হৰিছে গোলাঘাট জিলাৰ নুমলীগড়ৰ ৰাইজৰ ৷ দিনৰ ভাগতো অঞ্চলটোৰ মানুহৰ বাৰীত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ দলে ৷ হাতীৰ সন্ত্ৰাসত শিক্ষাৰ্থীয়ে বাদ দিব লগা হৈছে শিক্ষানুষ্ঠান ৷ নুমলীগড়ৰ,মৰঙী,ঢলাগুৰি চাহ বাগিছা,গোবিনপুৰ চাহ বাগিচা,শ্যামৰাইপুৰ,চাহবাগিচা,মুৰফুলনী,নাহৰবাৰী আদি অঞ্চলত এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷ উল্লেখ্য যে জিলা খনত বন্যহস্তীৰ সন্ত্ৰাস আজিৰ ঘটনা নহয়,ইতিপূৰ্বে কেবাজনো লোকে মৃত্যুবৰণ কৰিছিল বন্যহস্তীৰ আক্ৰমণত ৷

তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে

লগতে পঢ়কঃ দুলাল পালৰ মত্যুৰ চিবিআই তদন্তৰ দাবী ৰিপুন বৰাৰ

Intro:গোলাঘাট নুমলীগড়ৰ দিন দুপৰতে বাৰীৰ মাজেদি ঘৰৰ কাষেৰে পাৰ হৈ গৈছে বন্য হস্তীৰ বৃহৎ জাক । আগে আগে হাতী পিছে শ শ লোক সন্মুখ সমৰত হাতী আৰু মানুহ ।

Body:এই দৃশ্যলৈ মন কৰক ।হয় এই দৃশ্য গোলাঘাট নুমলীগড়ৰ শ্যামৰায় পুৰ চাহ বাগিচাৰ । শতাধিক হাতীৰ পিছে পিছে এজাক মানুহ ।এতিয়া দিনৰ পোহৰত এনেদৰে জাকে জাকে বন্য হস্তীয়ে ঘৰৰ কাষেৰে বাৰীৰ মাজেৰে পাৰ হৈ যায়, মানুহৰ বাৰীত আশ্ৰয় লৈ ত্ৰাস ৰ সৃষ্টি কৰি আহিছে ।যাৰ বাবে আতংকিত হৈ পৰিছে গাঁও বাসী ।নিশা উজাগৰে কটাব লগীয়া হৈছে মৰঙী বাসী ৰাইজে । নিশাটো বাদেই দিন দুপৰতে মানুহৰ বাৰী, চাহ বাগিছাত আশ্ৰয় লৈ থাকে জাকে জাকে বন্যহস্তীয়ে । স্থানীয় লোকসকলে খেদিবলৈ চেষ্টা কৰিও বিফল হয় । এনেদৰে এতিয়া গোলাঘাটত ভয়াৱহ ৰূপ লৈছে হাতী,মানুহৰ সংঘাতে । নুমলীগড়ৰ, মৰঙী ,ঢলাগুৰি চাহ বাগিছা,গোবিনপুৰ চাহ বাগিচা , শ্যামৰাইপুৰ , চাহবাগিচা , মুৰফুলনী ,নাহৰবাৰী আদি অঞ্চলত এনেদৰেই এতিয়া তীব্ৰৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে ৷Conclusion:Byte 1: স্থানীয় লোক
গোলাঘাট পৰা চামিম আলি ,etv Bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.