সৰুপথাৰ , ০১ জুলাই : ধনশিৰি মহকুমাৰ মৰানগাঁৱৰ সৰুলাংঠাত সোমবাৰে পুৱা এটা লতামাকৰী বাঘৰ পোৱালী উদ্ধাৰ হয় । চামবাবু কুৰ্মী নামৰ এজন লোকৰ ঘৰৰ ভিতৰত আশ্ৰয়লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে বাঘৰ পোৱালীটো উদ্ধাৰ কৰে ।
সৰুপথাৰৰ সৰুলাংঠাত লতামাকৰী বাঘৰ পোৱালী উদ্ধাৰ
চামবাবু কুৰ্মী নামৰ এজন লোকৰ ঘৰৰ ভিতৰত আশ্ৰয়লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে বাঘৰ পোৱালীটো উদ্ধাৰ কৰে ।
সৰুপথাৰৰ সৰুলাংঠাত লতামাকৰী বাঘৰ পোৱালী উদ্ধাৰ
সৰুপথাৰ , ০১ জুলাই : ধনশিৰি মহকুমাৰ মৰানগাঁৱৰ সৰুলাংঠাত সোমবাৰে পুৱা এটা লতামাকৰী বাঘৰ পোৱালী উদ্ধাৰ হয় । চামবাবু কুৰ্মী নামৰ এজন লোকৰ ঘৰৰ ভিতৰত আশ্ৰয়লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে বাঘৰ পোৱালীটো উদ্ধাৰ কৰে ।
Intro:ধনশিৰি মহকুমাৰ মৰানগাঁও ৰ সৰুলাংঠাত আজি পূৱা এটা লতা মাকুৰী বাঘৰ পূৱালী উদ্ধাৰ হৈছে | চামবাবু কুৰ্মী নাম ব্যক্তি জনৰ ঘৰৰ ভিতৰত সোমাই থকা অৱস্হাত পৰিয়ালৰ লোকে দেখি ধৰি এটা প'লৰ ভিতৰত সংৰক্ষন কৰি পাচত বন বিভাগক খবৰ দিয়ে |Body:বন বিভাগৰ লোক ঘটনাস্হলীত উপস্হিত হৈ বাঘ পূৱালীটো উদ্ধাৰ কৰি লৈ আনে আৰু পাচত নামবৰ বন্যপ্ৰানী অভয়াৰণ্যত মেলি দিয়ে
বাঘ পূৱালীটো চাবৰ বাবে অঞ্চলটোত ৰাইজ গোট খাই ভিৰ কৰা পৰিলক্ষিত হয়Conclusion:Byte -- চামবাবু
Byte -- বন বিষয়া
সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম