কলিয়াবৰ,28 অক্টোবৰ : কলিয়াবৰত দেওবাৰে দীপাৱলীৰ সন্ধিয়া শোকাবহ ঘটনা ৷ দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ প্ৰাণ গ'ল এজন যুৱকৰ ৷ কলিয়াবৰ কুঠৰীৰ পংকজ শইকীয়া নামৰ যুৱকজনে দীপাৱলীত নিজৰ ঘৰ টুনী লাইটৰে পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হয় ৷ গুৰুতৰ ভাবে আহত যুৱক জনক চিকিৎসালয়লৈ অনা হৈছিল যদিও আদ বাটতে মৃত্যুক হয় যুৱকজনৰ । দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত কলিয়াবৰৰ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
দীপাৱলীৰ নিশা টুনী লাইট লগাঁওতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু যুৱকৰ - টুনী লাইটৰে পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হয় কলিয়াবৰৰ এজন যুৱক
কলিয়াবৰত উৎসৱৰ আনন্দৰ মাজতে শোকৰ ছাঁ ৷ দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ গ'ল এজন যুৱকৰ ৷

কলিয়াবৰত দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ প্ৰাণ গ'ল যুৱকৰ
কলিয়াবৰ,28 অক্টোবৰ : কলিয়াবৰত দেওবাৰে দীপাৱলীৰ সন্ধিয়া শোকাবহ ঘটনা ৷ দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ প্ৰাণ গ'ল এজন যুৱকৰ ৷ কলিয়াবৰ কুঠৰীৰ পংকজ শইকীয়া নামৰ যুৱকজনে দীপাৱলীত নিজৰ ঘৰ টুনী লাইটৰে পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হয় ৷ গুৰুতৰ ভাবে আহত যুৱক জনক চিকিৎসালয়লৈ অনা হৈছিল যদিও আদ বাটতে মৃত্যুক হয় যুৱকজনৰ । দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত কলিয়াবৰৰ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
কলিয়াবৰত দীপাৱলীত নিজৰ ঘৰ পোহৰাবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ গ'ল এজন যুৱকৰ

Intro:Breaking
কলিয়াবৰত শোকাবহ ঘটনা।
দিপাৱলীত পোহৰাবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু।Body:কলিয়াবৰত শোকাবহ ঘটনা। দিপাৱলীত ঘৰ পোহৰাই তুলিবলৈ গৈ প্ৰাণ গ'ল এজন যুৱকৰ। কুঠৰীৰ পংকজ শইকীয়া নামৰ যুৱকজনে টুনি লাইট লগাই থাকোতে বিদ্যুৎ পৃষ্ট হয়। গুৰুতৰ ভাবে আহত যুৱক জনক চিকিৎসালয়লৈ অনা হৈছিল যদিও আদ বাটতে মৃত্যুক সাৱটি লয় যুৱকজনে।
অঞ্চলটোত পৰিছে শোকৰ ছাঁ।Conclusion:visual

Last Updated : Oct 28, 2019, 6:22 PM IST