ETV Bharat / state

গোলাঘটত বাঘৰ আক্ৰমণত আহত পাঁচজন

author img

By

Published : Mar 27, 2020, 11:37 AM IST

অঞ্চলটোত এইপৰ্যন্ত বাঘৰ আক্ৰমণত আহত হৈছে কৃষ্ণ হাজৰিকা, হৰি কুমাৰ, আজিজুল আলী, লোকমান আনচাৰি নামৰ চাৰিজন ব্যক্তি । ইয়াৰে দুজনৰ অৱস্থা গুৰুত্বৰ ।

Golaghat tiger attack 5 injuried
গোলাঘটত বাঘৰ আক্ৰমণত আহত পাঁচজন

গোলাঘাট, 27 মাৰ্চঃ কৰ'নাৰ আতংক তলাবন্ধৰ মাজতে গোলাঘাটত বাঘৰ আতংক । জিলাখনৰ মৰঙিৰ ঢলাকছাৰী গাঁৱত সংঘটিত হৈছে বাঘৰ আক্ৰমণৰ ঘটনা ৷ পথাৰৰ পৰা গৰু আনিবলৈ যোৱা এজন লোকক বাঘে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে গাঁওবাসী ৷

লক ডাউনৰ মাজতে এতিয়া এনেদৰে আইন অমান্য কৰি বাঘ খেদিবলৈ হাতত লাঠি জোং লৈ একাংশ লোক ওলাই আহিবলৈ বাধ্য হৈছে । অঞ্চলটোত এইপৰ্যন্ত বাঘৰ আক্ৰমণত আহত হৈছে কৃষ্ণ হাজৰিকা, হৰি কুমাৰ, আজিজুল আলী, লোকমান আনচাৰি নামৰ চাৰিজন ব্যক্তি । ইয়াৰে দুজনৰ অৱস্থা গুৰুত্বৰ ।

গোলাঘটত বাঘৰ আক্ৰমণত আহত পাঁচজন

বকিয়ালৰ বনকমীক খবৰ দিয়া স্বতেও বহু পলমকৈ উপস্থিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰে । বাঘটো বতমানেও উক্ত অঞ্চলৰ ফুটুকীয়া হাবিত সোমাই থকাৰ কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইফালে নুমলীগড়ৰ ঢলাপাৰ অঞ্চলতো বাঘৰ আক্ৰমণত এজন ব্যক্তি আহত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.