ETV Bharat / state

100 বছৰত ভৰি দিলে সমাজকৰ্মী খেতেকেশ্বৰ বৰুৱাই

author img

By

Published : Sep 2, 2020, 3:23 PM IST

গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী তথা খেতিয়াক খেতেকেশ্বৰ বৰুৱাই ভৰি দিলে এশ এবছৰত ৷ গোলাঘাট চান্দমাৰীৰ অৰুণ কলিতা পথৰ নিবাসী খেতেকেশ্বৰ বৰুৱাৰ জন্মদিন পালন কৰে পৰিয়ালৰ লগতে গুণমুগ্ধই ৷

Golaghat social activist kheteshwar boruah turns 100
100 বছৰত ভৰি দিলে সমাজকৰ্মী খেতেকেশ্বৰ বৰুৱাই

গোলাঘাট, 2 ছেপ্তেম্বৰঃ গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী তথা খেতিয়াক খেতেকেশ্বৰ বৰুৱাই ভৰি দিলে এশ এবছৰত ৷ গোলাঘাট চান্দমাৰীৰ অৰুণ কলিতা পথৰ নিবাসী খেতেকেশ্বৰ বৰুৱাৰ জন্মদিন পালন কৰে পৰিয়ালৰ লগতে গুণমুগ্ধই ৷ মহাত্মা গান্ধী গোলাঘাটলৈ আহোঁতে সন্মুখৰ পৰা প্ৰত্যক্ষ কৰা প্ৰথমগৰাকী ব্যক্তিয়েই আছিল খেতেকেশ্বৰ বৰুৱা ৷

উল্লেখ্য যে, কেৱল চতুৰ্থ শ্ৰেণীলৈকে পঢ়া শুনা কৰিছিল বিশিষ্ট সমাজকৰ্মী তথা খেতিয়াক খেতেকেশ্বৰ বৰুৱাই ৷ কুটুহাগুৰি প্ৰাথমিক বিদ্যালয়ত মাত্ৰ ৭টকা মাহিলি দৰমহাত চাকৰি কৰিছিল খেতেকেশ্বৰ বৰুৱাই, ইয়াৰ পিছত পুনৰ গোলাঘাট পৌৰসভাত মাহিলি ১০ টকাকৈ দৰমহা লাভ কৰি দুমাহ চাকৰি কৰিছিল তেখেতে ৷ আনহাতে,2020 বৰ্ষটো নিজৰ 100 বছৰীয়া জীৱন কালৰ স্বৰ্ণীল যাত্ৰাৰ এটা অতি বেয়া বছৰ বুলি অভিহিত কৰে খেতেকেশ্বৰ বৰুৱাই ৷

লগতে পঢ়কঃজনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.