ETV Bharat / state

আৰ্থিক দৈন্যতাৰ মাজতো উজ্বলিল গোলাঘাটৰ ছাত্ৰী

author img

By

Published : Jun 6, 2020, 7:02 PM IST

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৮.১৬ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে শিল্পী বৰমুদৈ নামৰ ছাত্ৰীগৰাকী । ফলঙনি বাপুজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী ।

আৰ্থিক দৈন্যতাৰ মাজতো উজ্বলিল গোলাঘাটৰ ছাত্ৰী
আৰ্থিক দৈন্যতাৰ মাজতো উজ্বলিল গোলাঘাটৰ ছাত্ৰী

গোলাঘাট, 6 জুনঃ আৰ্থিক দৈন্যতাৰ বাধা নেওচি উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজ্বলিল গোলাঘাট ফলঙনি অঞ্চলৰ নামঘৰীয়া গাঁৱৰ এগৰাকী ছাত্ৰী । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৮৮.১৬ শতাংশ নম্বৰ লাভ কৰি উজ্বলি উঠিছে নামঘৰীয়া গাঁৱৰ শিল্পী বৰমুদৈ নামৰ ছাত্ৰীগৰাকী ।

দৈন্যতাৰ মাজত এনেদৰেই পঢ়িছিল ছাত্ৰী গৰাকীয়ে

কৃষক পিতৃ বুবুল বৰমুদৈৰ জ্যেষ্ঠ কন্যা শিল্পীক অশেষ কষ্টৰে এসাজ খাই এসাজ নাখায় পঢ়াৰ সামগ্ৰী যোগাৰ কৰি দিছিল । ফলঙনি বাপুজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী । এতিয়া শিল্পীৰ এই সফলতাত আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ।

লগতে পঢ়কঃ ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.