ETV Bharat / state

অজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

author img

By

Published : Sep 16, 2020, 11:42 AM IST

পথৰ অৱস্থা ইমানেই শোচনীয় যে, প্ৰতিবাদ কৰি থকাৰ মাজতেই হঠাতে পিছলি পৰিল এগৰাকী বৃদ্ধা ৷ বোকাময় পথছোৱাৰে এগৰাকী বৃদ্ধা পাৰ হওতেই বাগৰি পৰিল বোকাত ।

golaghat pathetic raod condition
অজন্ত নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশা

গোলাঘাট, 16 ছেপ্তেম্বৰঃ গোলাঘাট বিধান সভাৰ সমষ্টিৰ পুলিবৰ গাঁও পঞ্চায়ৰ অন্তৰ্গত কাৱৰু গাঁওৰ এটা পথে জলাকলা খুৱাইছে স্থানীয় ৰাইজক। বোকাময় পথৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ ৰাইজ । বাৰিষা বতৰত জৰাজীৰ্ণ পথটোৱে বাৰুকৈয়ে জলা-কলা খুৱাইছে কাৱৰুগাঁৱৰ ৰাইজক । এই পথেৰে গাড়ী মটৰ দূৰৰে কথা, চাইকেল চলাই বা খোজ কাঢ়ি যোৱাটোও অসম্ভৱ হৈ পৰিছে ।

golaghat pathetic raod condition
অজন্ত নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশা

ফলত গাঁও বাসীয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে । পথটোৰ কাষতে থকা কাৱৰুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ ৰোগী অহা-যোৱাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । পথটোৰ দুৰৱস্থাৰ বাবে বহুসময়ত দুৰ্ঘটনাও সংঘটিত হৈছে । অতি সোনকালে এই পথটো যোগাযোগৰ বাবে সুচল কৰি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে সজোৰে দাবী জনাইছে স্থানীয় ৰাইজে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.