ETV Bharat / state

গোলাঘাটত খিলঞ্জীয়াৰ মাজত মাটিৰ পট্টা বিতৰণ - গোলাঘাটত খিলঞ্জীয়াৰ মাজত মাটিৰ পট্টা বিতৰণ

মঙলবাৰে খুমটাই মৌজাৰ ৫২০টা পৰিয়ালৰ মাজত ভূমি আৱণ্টন পত্ৰ আৰু ভূমি পট্টা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, খুমটাই ৰাজহ চক্ৰৰ অধীনৰ মুঠ ১০০০ টা খিলঞ্জীয়া পৰিয়ালক ভূমি আৱন্টন দিয়া হ’ব ৷

as_glt_land-lease-distribution_vis_as10024
গোলাঘাটত খিলঞ্জীয়াৰ মাজত মাটিৰ পট্টা বিতৰণ
author img

By

Published : Feb 2, 2021, 7:48 PM IST

গোলাঘাট,2 ফেব্ৰুৱাৰী: গোলাঘাটৰ কচুপথাৰত মঙলবাৰে ভূমিপট্টাহীন খিলঞ্জীয়া লোকসকলৰ মাজত বিতৰণ কৰা হয় ভূমিপট্টা আৰু আৱন্টন পত্ৰ ৷ ইয়াৰ উপৰিও চাহ শ্ৰমিকলৰ মাজত ধন পুৰস্কাৰ মেলা আঁচনিৰো শুভাৰম্ভ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ খুমটাই মৌজাৰ ৫২০টা পৰিয়ালৰ মাজত মঙলবাৰে ভূমি আৱণ্টন পত্ৰ আৰু ভূমিপট্টা প্ৰদান কৰা হয় ৷

গোলাঘাটত খিলঞ্জীয়াৰ মাজত মাটিৰ পট্টা বিতৰণ

উল্লেখ্য যে, খুমটাই ৰাজহ চক্ৰৰ অধীনৰ মুঠ ১০০০ টা খিলঞ্জীয়া পৰিয়ালক ভূমি আৱন্টন দিয়া হ’ব ৷ আনহাতে, অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আঁচনিৰ শিতানত তৃতীয় কিস্তিৰ 3000 টকা হিতাধিকাৰীক প্ৰদান কৰা হয় ৷ চাহ বাগিচাৰ স্থায়ী সকলো কৰ্মচাৰীয়েই উক্ত শিতানৰ ধন লাভ কৰিব বুলি জানিবলৈ দিয়ে খুমটাই ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়াই ।

লগতে পঢ়ক-লকডাউনত কঠোৰ নিষেধাজ্ঞাৰ মাজতো ত্ৰিপুৰাত দুৰ্ঘটনাত 192 গৰাকীৰ মৃত্যু

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.