ETV Bharat / state

মূল্যবৃদ্ধিঃ গোলাঘাটত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 4:36 PM IST

গোলাঘাটত মঙলবাৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাৰ নেতা সদস্য সকলে।

golaghat-kmss-protest
মূল্যবৃদ্ধিঃ গোলাঘাটত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গোলাঘাট, 3 নৱেম্বৰ : গোলাঘাটত মঙলবাৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাৰ নেতা সদস্য সকলে। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মংগলবাৰে গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচী।

বি জে পি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে পৰিৱেশ। অতি শীঘ্ৰে যদি চৰকাৰে দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে।

লগতে পঢ়ক: হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিৰ্বাচনী দায়িত্বত থকা বিএছএফ বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.