ETV Bharat / state

গোলাঘাটত সমুখ সমৰত বন্যহস্তী আৰু মানুহ! - ,বৰ চাপৰি,পংকা

গোলাঘাট নুমলীগড়ৰ সমুখ সমৰত হাতী আৰু মানুহ,হাতত যাঠি জোং লৈ এটা বৃহৎ বন্যহস্তীৰ জাক খেদিবলৈ আপ্ৰাণ চেষ্টা একাংশ কৃষিজীৱি ৰাইজৰ ৷

golaghat-elephant-terror
গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস !
author img

By

Published : Apr 24, 2020, 12:05 PM IST

গোলাঘাট 24 এপ্ৰিলঃ এক শিহৰণ কাৰী দৃশ্য এফালে বন্যহস্তীৰ এটা বৃহৎ জাক আৰু আনফালে জীৱ শ্ৰেষ্ঠ মানুহ ৷ কিয়নো নুমলীগড়ত এতিয়া এফালৰ পৰা খেতি পথাৰত ধান খাই,গচকি তহিলং কৰিছে এটা বন্যহস্তীৰ জাকে। নুমলীগড়ৰ বৰ গৰীয়া,বৰ চাপৰি,পংকা,লেটেকো চাপৰি আদি অঞ্চলত আজি কেইবাদিনো ধৰি এটা বৃহৎ বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই আহিছে।

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস !

উপায়ন্তৰ গাঁওবাসীয়ে এতিয়া মহামৰী ক‘ৰণা ভাইৰাছৰ বাবে অব্যাহত থকা লক ডাউন অমান্য কৰি নিজৰ খেতি দৰা বচাবলৈ ওলাই আহি অপ্ৰাণ চেষ্টা কৰিছে ৷ বন বিভাগক খবৰ দিও কোনো সুফল নোপোৱাত নিজে হাতী খেদিবলৈ ওলাই আহিছে কৃষক ৰাইজ। নুমলীগড় খণ্ড বন বিষয়া কাৰ্যালয়ত খবৰ দিও সহাৰি নোপোৱাত কৃষকে এতিয়া হাতীৰ জাকৰ অৱস্থানক লৈ আতংকিত হৈ পৰিছে গাঁওবাসী ।

লগতে পঢকঃ মৰাণৰ জয়দীপ গগৈয়ে দিছে অনলাইন পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.