ETV Bharat / state

তদন্তৰ পৰা বাচিবলৈ বিজেপিমুখি হৈছে প্ৰাক্তন কংগ্ৰেছী !

author img

By

Published : Aug 21, 2019, 8:06 PM IST

গোলাঘাটত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ । কেলেংকাৰীৰ পৰাহে হাত সাৰিবলৈহে কংগ্ৰেছৰ পৰা বিজেপিলৈ প্ৰাক্তন কংগ্ৰেছীৰ গমনৰ অভিযোগ ।

তদন্তৰ পৰা বাচিবলৈ বিজেপিলৈ গমন কৰিছে প্ৰাক্তন কংগ্ৰেছীয়েঃ গৌৰৱ গগৈ

গোলাঘাট, 21 আগষ্টঃ গোলাঘাটত Don Bosco collegeৰ নৱ নিৰ্মিত গৃহ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদগৰাকীয়ে বিজেপিৰ ক্ষুৰধাৰ সমালোচনাত মুখৰ হৈ পৰে ৷ সাংসদ গৰাকীয়ে বিজেপিক কটাক্ষ কৰি কয় যে বিজেপি লৈ গলেই চি বি আই , সাৰদা, ই ডি ,লুইজ বাৰ্জাৰ আদি কেলেংকাৰীৰ অভিযোগ নোহোৱা হৈ যায় ৷ লগতে কিছুমান কংগ্ৰেছীয়ে চি বি আই তদন্তৰ পৰা বাছিবলৈহে বিজেপিলৈ গমন কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আনহাতে পুৰণা কংগ্ৰেছী বিজেপিলৈ যোৱাৰ ফলত বিজেপিৰ ভিতৰচৰাত পুৰণা বিজেপি কৰ্মী অসন্তুষ্ট হোৱাৰ লগতে দলটোত গৃহকন্দলৰ পৰিৱেশৰ সূচনা কৰা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

Intro:Body:গোলাঘাটত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ। কংগ্ৰেছৰ পৰা বি জে পিলৈ যোৱা সকল কেলেংকাৰীৰ পৰাহে বাছিবলৈ গৈছে। বি জে পি লৈ গলেই চি বি আই , সাৰদা, ই ডি ,লুইজ বাৰ্জাৰ আদি নোহোৱা হৈ যায়। কিছুমানে চি বি আই ৰ পৰা বাছিবলৈ কিছুমানে মন্ত্ৰী হোৱাৰ আশাত বি জে পিলৈ গৈছে। কংগ্ৰেছৰ পৰা বি জে পিত যোগদানৰ পিছতে পুৰণা বি জে পি সকলৰ অস্তিত্ব নোহোৱা হৈছে। এওঁলোকৰ মাজত এতিয়া কাজিয়াৰ সৃষ্টি হব। কংগ্ৰেছৰ একাংশ বি জে পিলৈ যোৱাৰ পিছত কংগ্ৰেছৰ কোনো খহনীয়া হোৱা নাই। দলটো অধিক শক্তিশালীহে হৈছে। ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে বহু লোক কংগ্ৰেছলৈ আহিব বুলিও মন্তব্য সাংসদ গৰাকীৰ। বহু বি জে পি নেতাই কংগ্ৰেছলৈ আহিবলৈ যোগাযোগ কৰি আছে বুলিও মন্তব্য। গৌৰৱ গগৈ বি জে পিলৈ যাব নেকি বুলি সোধাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বি জে পিয়ে ব্যৰ্থ সাংসদ ,কাম নাইকিয়া সাংসদ বুলি গালি পাৰে, গতিকে সেই দলৰ মানুহে তেওঁৰ লগত যোগাযোগ নকৰে ।গোলাঘাটৰ Don Bosco college ৰ নৱ নিৰ্মিত গৃহ উদ্ধোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে এনেদৰে ব্যক্ত কৰে।Conclusion:Byte_1_Gourab Gogoi
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.