ETV Bharat / state

বৰপথাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ ভস্মীভূত তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠান

author img

By

Published : Sep 8, 2020, 4:03 PM IST

বৰপথাৰ নগৰৰ মাজমজিয়াত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ যত তিনি খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূৰ্ত ৷

fire incidante at borpothar at  golaghat
বৰপথাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

বৰপথাৰ,8ছেপ্তেম্বৰঃ মঙালবাৰে বৰপথাৰ নগৰৰ হাইস্কুল তিনি আলিৰ 'দত্ত বুক ষ্টল' 'বৰা চাৰ্ভিছ' আৰু এখন ইন্টাৰনেট কাফেত পুৱতি নিশা প্ৰায় ২-৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰেচেষ্টাত কেইবা ঘন্টা মূৰত জুই নুমোৱাবলৈ সক্ষম হয় ৷

বৰপথাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত

উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ ফলত তিনিখন দোকান সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ ইপিনে দত্ত বুক ষ্টলৰ বহুটো গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি জানিব পৰা গৈছে ৷ ইফালে অগ্নিকাণ্ড ঘটনা কোনো দুষ্ট চক্ৰৰ লোকে সংঘটিত কৰাৰ অভিযোগ উঠাৰ পাচতেই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ তেলচুৰি চক্ৰৰে জড়িত আৰু এজন আটক হ’ল গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.