দেৰগাঁও, 14 অক্টোবৰ: দেৰগাৱঁৰ ৰঙামাটি আৰু গেলাবিল সংযোগী এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । নিৰ্মাণৰ পিছতেই চপৰা - চপৰে এৰাই গৈছে পকী পথৰ ব্লেক টপিং । ৬০ লাখৰো অধিক ব্যয়ৰে নিৰ্মাণ হোৱা পথটোৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে কৰা অবাধ দুৰ্নীতিয়ে অতিষ্ঠ কৰি তুলিছে ৰাইজক । কাৰণ পথটোৰে খোজ কাঢ়িলেই অনায়াসে এৰাই যায় পথটোৰ এই ব্লেক টপিং । কেৱল মাটিৰ ওপৰতে আলকাটাৰা লগাই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে নিৰ্মাণ কৰিছে পকী পথটো । ইতিমধ্যে অতিষ্ঠ ৰাইজে এই দুৰ্নীতিত ক্ষোভিত হৈ বন্ধ কৰি দিছে পথ নিৰ্মাণৰ কাম । ৰাইজৰ দাবী বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ব্যৱস্থা লওক পথ নিৰ্মাণ কৰা ঠিকাদাৰ থানু গগৈৰ বিৰুদ্ধে ।
দেৰগাঁৱত পথ নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি - শীঘ্ৰে নাকী লগাওক
দেৰগাৱঁৰ ৰঙামাটি আৰু গেলাবিল সংযোগী পথেৰে চপৰা চপৰে খহিছে ব্লেক টপিং ৷ ঠিকাদাৰৰ কৃপাত নিৰ্মাণ হোৱা এই পথটোত খোজ দিলেই খহি পৰে ব্লেক টপিং ৷
দেৰগাঁও, 14 অক্টোবৰ: দেৰগাৱঁৰ ৰঙামাটি আৰু গেলাবিল সংযোগী এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । নিৰ্মাণৰ পিছতেই চপৰা - চপৰে এৰাই গৈছে পকী পথৰ ব্লেক টপিং । ৬০ লাখৰো অধিক ব্যয়ৰে নিৰ্মাণ হোৱা পথটোৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে কৰা অবাধ দুৰ্নীতিয়ে অতিষ্ঠ কৰি তুলিছে ৰাইজক । কাৰণ পথটোৰে খোজ কাঢ়িলেই অনায়াসে এৰাই যায় পথটোৰ এই ব্লেক টপিং । কেৱল মাটিৰ ওপৰতে আলকাটাৰা লগাই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে নিৰ্মাণ কৰিছে পকী পথটো । ইতিমধ্যে অতিষ্ঠ ৰাইজে এই দুৰ্নীতিত ক্ষোভিত হৈ বন্ধ কৰি দিছে পথ নিৰ্মাণৰ কাম । ৰাইজৰ দাবী বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ব্যৱস্থা লওক পথ নিৰ্মাণ কৰা ঠিকাদাৰ থানু গগৈৰ বিৰুদ্ধে ।
খোজ কাঢ়িলেই চপৰা - চপৰে এৰাই পকী পথ , হাতেৰেই এৰুৱাব পাৰি পথৰ ব্লেক টপিং : দেৰগাৱঁত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি
----------------------------------------------
OCVO -- দেৰগাৱঁৰ এটা পকী পথ নিৰ্মানত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । নিৰ্মান কাৰ্যৰ পিছতেই চপৰা - চপৰে এৰাই গৈছে পকী পথৰ ব্লেক টপিং । এইটো দেৰগাৱঁৰ ৰঙামাটি আৰু গেলাবিল সংযোগী এটা গুৰুত্ব পূৰ্ণ পথ । ৬০ লাখৰো অধিক ব্যয়ৰে নিৰ্মান হোৱা পথটোৰ নিৰ্মান কাৰ্যত ঠিকাদাৰে কৰা অবাধ দুৰ্নীতিত অতিষ্ঠ হৈছে ৰাইজ । নিৰ্মানৰ পিছতে এনেদৰে চপৰা চপৰে এৰাই গৈছে পথৰ ব্লেক টপিং । পথটোৰে খোজ কাঢ়িলেই অনায়াসে এৰাই যায় এই ব্লেক টপিং । কেৱল মাটিৰ ওপৰতে আলকাটাৰা লগাই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে নিৰ্মান কৰিছে এইটো পকী পথ । অতিষ্ঠ ৰাইজে এই দুৰ্নীতিত ক্ষোভিত হৈ বন্ধ কৰি দিছে পথ নিৰ্মানৰ কাম । ৰাইজৰ দাবী বিভাগীয় কতৃপক্ষই অতি সোনকালে নাকী লগাওক পথ নিৰ্মান কৰা ঠিকাদাৰ থানু গগৈক ।
Byte -- স্থানীয় লোক Conclusion:ৰাইজে উচিত তদন্ত বিচাৰিছে