ETV Bharat / state

দেৰগাঁৱত উদ্বাৰ বৃহৎ পৰিমাণৰ লালী গুৰ

author img

By

Published : Nov 14, 2019, 4:20 PM IST

বৃহৎ পৰিমাণৰ লালী গুৰ উদ্ধাৰ দেৰগাঁৱৰ ৰঙামাটিত ৷ ধৃত লালচন্দ আগৰৱালা নামৰ এজন ব্যৱসায়ী ৷

ৰঙামাটিত উদ্বাৰ লালি গুৰ

দেৰগাঁও, 14 নৱেম্বৰ: লালী গুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেৰগাঁৱৰ ৰঙামাটিত ৷ লালচন্দ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ গুদামত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ লালী গুৰ ৷

একাংশ মহিলাৰ দলে জব্দ কৰে গুৰখিনি
ধৃত ব্যৱসায়ী লালচন্দ আগৰৱালা

এখন ডাম্পাৰৰ পৰা গুদামত নমাই থকা অৱস্থাত একাংশ মহিলাৰ দলে জব্দ কৰে গুৰখিনি ৷ উল্লেখ্য যে,পূৰ্বতেও এইগৰাকী ব্যৱসায়ীৰ গুদামত লালী গুৰ উদ্ধাৰ হৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ব্যৱসায়ীজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷

লালি গুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি দেৰগাঁৱত

লগতে পঢ়ক: ভুৱা স্বাস্থ্য সামগ্ৰী আৰু ভেজাল ঔষধঃ এক প্ৰতিবেদন

Intro:দেৰগাঁৱৰ ৰঙামাটিত বৃহৎ পৰিমানৰ লালিগুৰ উদ্বাৰ ।লালচন আগৰৱালা নামৰ এজন লোকক আটক ।Body:লালিগুৰক কেন্দ্ৰ কৰি ৰঙামাটিত উত্তপ্ত পৰিস্তিতি ।আটক ১

* দেৰগাৱঁৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতি

* ব্যৱসায়ী লাল চন্দ আগৰৱালাৰ গুদামত উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ লালি গুৰ 
* মদ মুক্ত অসমৰ মহিলাৰ দলে জব্দ কৰিছে লালি গুৰ সমূহ 

* এখন ডাম্পাৰৰ পৰা গুদামত নমাই থকা অৱস্থাত জব্দ কৰে লালি গুৰ সমূহ 

* পূৰ্বতেও এইজন ব্যৱসায়ীৰ গুদামত উদ্ধাৰ হৈছিল লালি গুৰ 

* ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লাল চন্দ আগৰৱালাকConclusion:ৰাইজে শ্বস্তিৰ নিশ্বাস লৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.