ETV Bharat / state

কৰ’ণা সন্ত্ৰাসঃ গেলেকীৰ পৰা খোজ কাঢ়ি যোৰহাটত উপস্থিত ১৯ জন শ্ৰমিক - 19 workers landed jorhat due to hunger

বুধবাৰে নিশা যোৰহাটত উপস্থিত হয় ১৯ জন শ্ৰমিক ৷ ইয়াকে লৈ সম্প্ৰতি যোৰহাটত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ আটাইকেইজনেই গেলেকীৰ শিঙি পাহাৰত থকা শিলৰ কুৱাৰিত কৰ্মৰত হৈ আছিল ৷

Corona effect: 19 workers landed jorhat due to hunger
কৰ’ণা সন্ত্ৰাসঃ খাদ্য সংকটত ভুগি যোৰহাটত উপস্থিত ১৯ জন শ্ৰমিক
author img

By

Published : Apr 16, 2020, 3:58 PM IST

যোৰহাট, 16 এপ্ৰিলঃ শিৱসাগৰ জিলাৰ গেলেকীৰ পৰা খোজ কাঢ়ি আহি বুধবাৰে নিশা যোৰহাটত উপস্থিত হয় ১৯ জন শ্ৰমিক ৷ ইয়াকে লৈ সম্প্ৰতি যোৰহাটত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ আটাইকেইজনেই গেলেকীৰ শিঙি পাহাৰত থকা শিলৰ কুৱেৰিত কৰ্মৰত হৈ আছিল ৷ মঙলবাৰে পুৱাই শ্ৰমিককেইজনে গেলেকীৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা ৷ অতি দুৰ্গম অঞ্চল হোৱা বাবে খাদ্য সংকটত ভুগিছিল শ্ৰমিক কেইজন ৷ যাৰ ফলত নিজ গৃহলৈ যাবলৈ খোজ কাঢ়িয়ে আহে শ্ৰমিক কেইজনে ৷

কৰ’ণা সন্ত্ৰাসঃ খাদ্য সংকটত ভুগি যোৰহাটত উপস্থিত ১৯ জন শ্ৰমিক

উল্লেখ্য যে,গোলাঘাট জিলাৰ সৰু পথাৰ,উৰিয়ামঘাট,মেৰাপানীৰ লগতে কাৰ্বি আংলঙৰ শ্ৰমিক কেইজনক বৰ্তমান যোৰহাটৰ মাৰোৱাৰী চেৰিটেবল ট্ৰাষ্টত ৰখা হৈছে ৷ ইতিমধ্যে আটাইকেইগৰাকী শ্ৰমিকৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ পিছতে 18 দিনৰ বাবে হোম কোৱাৰেন্টাইনত ৰখা হ’ব শ্ৰমিক কেইজনক ৷

লগতে পঢ়ক-মাজুলী,গাোলাঘাট,জনীয়াকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহাৰ সংহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.